ব্যৱসায়-প্রতিষেধকৰ সন্ধানত ডুবাইত ভিৰ বিশ্বৰ ধনাঢ্য ব্যক্তিৰ

2a

কৰ’না সংকটৰ কালত বিশ্বৰ একাংশ ধনাঢ্য ব্যক্তিৰ মাজত এক নতুন প্রৱণতা প্রত্যক্ষ হৈছে। এইসকল ধনাঢ্য লােকে ক’ভিডৰ ব্যাপক সংক্ৰমণৰ মাজতাে ডুবাইত বাসগৃহ ক্ৰয় কৰিবলৈ ভিৰ কৰিছে ।

ভাৰতসহ আন কে’বাখনাে দেশৰ আঢ্যৱন্তই । এইদৰে সম্প্রতি নিজ দেশ ত্যাগ কৰি আৰৱত আশ্রয় গ্রহণ কৰিছে আৰু এইসকল লােকে ডুবাইত এপার্টমেন্ট ক্ৰয় কৰিবলৈ হেতা-ওপৰা লগাইছে।

লণ্ডনৰাে কে’বাজনাে আগশাৰীৰ ধনাঢ্য ব্যক্তিয়ে সম্প্রতি এই চহৰ ত্যাগ কৰি ডুবাইত বসবাস আৰম্ভ কৰিছে । ক্রিষ্ট’ফাৰ ৰিচে প্ৰকাশ কৰা মতে, তেওঁ লণ্ডনত তিনি দশক ধৰি বসবাস কৰিছিল যদিও কৰ’নাৰ ব্যাপক সংক্ৰমণত অতিষ্ঠ হৈ নিজৰ বাসগৃহ বিক্ৰী কৰি নতুন জীৱনৰ সন্ধানত ডুবাইত আশ্রয় লয়।

ইতিমধ্যে ৰিচে ডুবাইত বাসগৃহ ক্ৰয় কৰিছে । ফ্রান্সৰাে কে’বাজনাে ধনাঢ্য ব্যৱসায়ীয়ে সম্প্রতি দেশ ত্যাগ কৰি ব্যৱসায়ৰ |

Exit mobile version