ক’ভিড আপডেট

Thiruvananthapuram Covid spread 1200

● কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত ২,৬৭,৩৩৪ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।

● দৈনিক সংক্ৰমণৰ হাৰ ১৩.৩১ শতাংশ ।

● মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ২,৫৪,৯৬,৩৩০ জন ।

● ইতিমধ্যে ২,৮৩,২৪৮ জন লোকে কৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ।

● বিগত ২৪ ঘণ্টাত ৪,৫২৯ জন ক’ভিড ৰোগীৰ মৃত্যু হয় ।

● ইতিমধ্যে ৩২,০৩,০১,১৭৭ জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে ।

● যোৱা ২৪ ঘণ্টাত ২০,০৮,২৯৬ জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে ।

● ভাৰতৰ  ১৮,৫৮,০৯,৩০২ জন লোকে প্ৰতিষেধক লাভ কৰিছে ।

● বিগত ২৪ ঘণ্টাত ১৩,৫৬,১৫৩ জন লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে ।

Exit mobile version