বিধানসভাৰ দ্বিতীয়বাৰৰ বাবে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ মন্তব্য

চৰকাৰক গঠনমূলকভাৱে ভাল কামত সহযোগিতা আগবঢ়াম ।

বেয়া হ’লেই আমি মাত মাতি যাম

বিজেপি দলে ৰাইজক দিয়া প্ৰতিশ্ৰুতিসমূহ কাৰ্যক্ষম কৰাত বিফল হ’লে আমি মাত মাতিম ।

এইবাৰ আমাৰ দলৰ ২৯ জন বিধায়কে চৰকাৰৰ গঠনমূলক কাম কাজত সহযোগ কৰাৰ লগতে বেয়া কামত সমালোচনাৰে আগবাঢ়ি যাম ।

Exit mobile version