প্ৰয়াত বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ গৃহত উপস্থিত হয় বিধান সভাৰ অধ্যক্ষ বিশ্বজীৎ দৈমাৰী

Jitendra Singh receiving a memorandum from a delegation of Bodoland Territorial Council BTC led by the Member of Parliament Shri Biswajit Daimary in New Delhi cropped

যোৱাকালি পৰলোকপ্ৰাপ্তি ঘটা ২৮ নম্বৰ গোসাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক প্ৰয়াত মাজেন্দ্ৰ নাৰ্জাৰীৰ বাসগৃহত আজি উপস্থিত হয় বিধান সভাৰ অধ্যক্ষ বিশ্বজীৎ দৈমাৰী ৷

সমষ্টিৰ পৰা চাৰিবাৰ বিজয়ী হোৱা বিপিএফৰ বলিষ্ঠ নেতাগৰাকীৰ গৃহত উপস্থিত হৈ অধ্যক্ষ দৈমাৰীয়ে গভীৰ শোঁক প্ৰকাশ কৰি পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷

অধ্যক্ষ গৰাকীয়ে প্ৰয়াত বিধায়ক পত্নী তথা পৰিয়ালৰ সকলো সদস্য স’তে মত বিনিময় কৰি সমবেদনা জ্ঞাপন কৰে ৷

Exit mobile version