মেষঃ ঘৰুৱা উন্নতিৰ চেষ্টাত বাধা কম । সৰু-সুৰা বিৰোধী কথাত বেছি মন নিদিলে কৰ্মক্ষেত্ৰতো শুভ ফল ।
বৃষঃ আৰ্থিক উন্নতিৰ ক্ষেত্ৰত যিকোনো চেষ্টাত কিবা নহয় কিবা বাধা অনুভৱ কৰিব । ঘৰুৱা দিশত অৱশ্যে সিমান দুশ্চিন্তা ।
মিথুনঃ কৰ্তব্যত আপোনাৰ যোগ্যতা থাকিব । কোনোৱে বাস্তৱ ক্ষেত্ৰত খোজ পেলাই উপকৃত হ’ব । সৰু-সুৰা কথাত মানসিক কিছু প্ৰভাৱ পেলাব । বন্ধুৰ সহায় । আৰ্থিক প্ৰাপ্তিৰ আশা ।
কৰ্কটঃ পূৰ্ব দিনৰ তুলনাত আজি বহুলাংশে যোগাযোগাদিত উন্নত । অৱশ্যে আপোনাৰ হুৰমুৰীয়া স্বভাৱৰ দোষত শাৰীৰিকত কিছু আহুকালৰ কাৰক বিদ্যাত মধ্যম । ভ্ৰমণ ।
সিংহঃ কোনো আকস্মিক বাধখ বা ক্লেশে লগ ধৰিব পাৰে । সহজতে যি কৰো বুলি থিৰাং কৰিছিল তাক সম্পূৰ্ণ কৰাত বাধা পাব । ফল দাম্পত্যত নতুন চিন্তা অৱশ্যে থাকিব ।
কন্যাঃ কৰ্মক্ষেত্ৰত আপোনাৰ ভাবমূৰ্তি প্ৰায় ঠিক থাকিব যদিও কোনো কাৰণে চিন্তাৰ কাৰণ হ’ব । জাতকৰ কোনো উন্নত যোগাযোগৰ পৰা লাভ । বিদ্যাত বেয়া নহ’ব । ভ্ৰমণাদিত মধ্যম ।
তুলাঃ কোনোৱে প্ৰৱঞ্চকৰ কৱলত পৰাৰ কাৰক সাৱধান হ’লে ভয় কম । বিদ্যাত যত্নৰ ফল লাভ । দাম্পত্যত ভালেই । কৰ্মাদিত উৎসাহ ।
বৃশ্চিকঃ ক্ৰমে দিনটো বাঢ়ি অহাৰ লগে লগে মনটো গধুৰ হ’ব পাৰে । হ’বলগীয়া কামত অনগ্ৰসৰ হোৱাৰ যোগ । শুভ ৰং নীলা ।
ধনুঃ উন্নত দিনৰ অনুমান । যোগাযোগৰ খুব বেয়া নহ’ব । বিশেষকৈ অনুৰাধা নক্ষত্ৰৰ মানসিক শান্তি । বিদ্যাত বাধা কম ।
মকৰঃ ভঙা-পতা কৰি ভাল পাব পুৰণি পৰিৱেশৰ সলনিৰ প্ৰতি মন কৰিব । কিন্তু কোনোৰ প্ৰিয় বন্ধু-বন্ধৱীৰ সংগত সুখ ।
কুম্ভঃ ৰুক্ষ চিন্তা অত্যধিক চিন্তা হ’লেও আয়ত্ত থাকিব । পঢ়া-শুনাত মনযোগ লাগিব । পদমৰ্যাদা লাভ ।
মীনঃ আৰ্থিক যোগাযোগত কিছুদিন উপকৃত তথা খৰচ । মতান্তৰ হ’ব লগা কথাত মন নিদিব । নতুন সম্পদ ক্ৰয় ।