Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

হোজাইৰ চিকিৎসকক আক্ৰমণকাৰীক ৰেহাই নিদিয়ে ৰাজ্য চৰকাৰে

নিশাৰ ভিতৰতে কেউজন অপৰাধীক গ্ৰেপ্তাৰ কৰা হয়

publisher by publisher
June 2, 2021
in Assam, India, News
Reading Time: 1 min read
0
হোজাইৰ চিকিৎসকক আক্ৰমণকাৰীক ৰেহাই নিদিয়ে ৰাজ্য চৰকাৰে
2
SHARES
21
VIEWS
ShareShareShareShare

হোজাইৰ ওদালি আদৰ্শ চিকিৎসালয়ত মংগলবাৰে এজন চিকিৎসকক আক্ৰমণৰ ঘটনাত জড়িত আটাইকেইজন অপৰাধীকে ৰাজ্য চৰকাৰৰ নিৰ্দেশত নিশাৰ ভিতৰতে গ্ৰেপ্তাৰ কৰা হয় । নগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন আক্ৰমণৰ বলি ডাঃ সেউজ সেনাপতিক দেখা কৰাৰ পাছতে স্বাস্থ্যমন্ত্ৰীয়ে এই ঘোষণা কৰে ।

ADVERTISEMENT

WhatsApp Image 2021 06 01 at 2 0 1200x768

RelatedPosts

Nagaon:বটদ্ৰৱা থানত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

Piyanka Gandhi Vadra:হিমন্ত বিশ্ব চৰকাৰৰ বিৰুদ্ধে অভিযোগনামা মুকলি প্ৰিয়ংকাৰ

PIL:মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত পি আই এল দাখিল প্ৰাক্তন উপ-ৰাজ্যপাল সহ ১২ গৰাকী বিশিষ্ট ব্যক্তিৰ

কালি সন্ধিয়া নগাঁও অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ আহত চিকিৎসকগৰাকীক নিজে সাক্ষাৎ কৰি ঘটনাৰ সবিশেষ বুজ লয় স্বাস্থ্যমন্ত্ৰীয়ে । ইয়াৰ পাছতে নিশা নগাঁও অসামৰিক চিকিৎসালয়ত সংবাদ মাধ্যমৰ আগত মন্ত্ৰী কেশৱ মহন্তই কয়, ‘এয়া অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা, আমি মৰ্মাহত হৈছো । এই ঘটনাক ৰাজ্য চৰকাৰৰ ফালৰ পৰা গৰিহণা দি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছো যে এই ধৰণৰ ঘটনাক আমি কোনো কাৰণতে সহ্য নকৰো । ঘটনাত জড়িত কাকো ৰেহাই দিয়া নহ’ব । ক’ভিডৰ এই জটিল সময়ছোৱাত নিজৰ জীৱনকো তুচ্ছ কৰি দিনে নিশাই চিকিৎসা সেৱা আগবঢ়াই থকা আমাৰ প্ৰতিগৰাকী চিকিৎসক, স্বাস্থ্যকৰ্মীসকলৰ গাত হাত দিয়া কাৰ্যৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা লোৱা হ’ব। নিশাৰ ভিতৰতে আক্ৰমণকাৰী আটাইকেইজনকে গ্ৰেপ্তাৰৰ বাবে আৰক্ষীক নিৰ্দেশ দিয়া হৈছে।’

Doctor attacked

ৰাজ্যৰ প্ৰতিগৰাকী চিকিৎসক আৰু স্বাস্থ্যকৰ্মীক চৰকাৰে সম্পূৰ্ণ নিৰাপত্তা প্ৰদান কৰিব বুলি ঘোষণা কৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে, এতিয়াৰে পৰা ৰাজ্যৰ কোনো চিকিৎসক-চিকিৎসাকৰ্মীৰ গাত হাত দি কোনোৱেই সাৰি যাব নোৱাৰিব । ক’ভিড পৰিস্থিতিৰ এই জটিল সময়ৰ মাজতে চিকিৎসকৰ ওপৰত সংঘটিত এই আক্ৰমণক ৰাজ্য চৰকাৰে অত্যন্ত গুৰুত্ব সহকাৰে গ্ৰহণ কৰা বুলি ঘোষণা কৰি স্বাস্থ্যমন্ত্ৰী মহন্তই কয়, ‘হোজাইৰ ওদালিত সংঘটিত এই ঘটনাৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা যি ধৰণৰ প্ৰত্যোত্তৰ দিব লাগে, সেই প্ৰত্যোত্তৰ আজি নিশাৰ ভিতৰতে দিয়া হ’ব। কোনেও ৰেহাই নাপাব।’

The incident of assaulting a doctor at Udali is unacceptable. I have strongly taken up with the district administration to take swift action and bring the culprits to justice. pic.twitter.com/9iHUH3lFOB

— Pradyut Bordoloi (@pradyutbordoloi) June 1, 2021

24 culprits involved in this barbaric attack have been arrested and the chargesheet will be filed at the earliest.

I am personally monitoring this investigation and I promise that justice will be served. https://t.co/CVgRaEW0di

— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) June 2, 2021

UPDATE:

Remaining culprits have also been identified

9. Rahimuddin
10. Abdul Kalam
11. Nurzul Islam
12. Abdul Gumi
13. Dilwar Hussain
14. Abdul Hussain
15. Anuwar
16. Nasirrudin
17. Alimuddin
18. Jamil Ahmad
19. Sarifuddin
20. Safiquddin
21. Matibur Rahman
22. Miss Misba Begum

— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) June 2, 2021

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Himanta Biswa SarmaKeshab MahantaOdali Model HospitalSeuj Kumar Senapati
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d