অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লক্ষ্মীনন্দন বৰাৰ মৃত্যুত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শোক প্ৰকাশ

WhatsApp Image 2021 06 03 at 12.52.17 PM

বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লক্ষ্মীনন্দন বৰাদেৱৰ বিয়োগত মৰ্মাহত হৈছোঁ । তেখেতৰ অনন্য সাহিত্যকৰ্মত সাৱলীলভাৱে প্ৰতিফলিত হৈছিল অসমৰ জনজীৱনৰ বিভিন্ন দিশ । তেখেতৰ বিয়োগ আমাৰ জাতীয় জীৱনৰ লগতে সাহিত্য জগতৰ বাবে এক অপূৰণীয় ক্ষতি।

ADVERTISEMENT

বৰাদেৱৰ শোকস্তব্ধ পৰিয়াল তথা অজস্ৰ গুণমুগ্ধলৈ মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে তেখেতৰ বিদেহ্ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ । ঔঁ শান্তি ।

Exit mobile version