ক’ভিড বিধি অমান্য কৰি ব্যৱসায়িক প্ৰতিষ্ঠান খোলা ৰখা ব্যৱসায়িক প্ৰতিষ্ঠান ছিল কৰিলে প্ৰশাসনে ।
ধুবুৰী জিলাৰ মাজমজিয়াত সাতখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ছিল ।
বহু ব্যৱসায়িক প্ৰতিষ্ঠানে চৰকাৰী নীতি নিৰ্দেশনা ভৰিৰে মোহাৰি খোলা ৰাখিছিল ব্যৱসায়িক প্ৰতিষ্ঠান ।
জিলা প্ৰশাসনৰ তিনিটা দলে পৃথকে পৃথকে অভিযান চলাই ছিল কৰে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ।