এইবাৰ নহ’ব অমৰনাথ তীর্থযাত্রা

t0vgjr6o amarnath

অমৰনাথ তীর্থযাত্রা এইবাৰাে বন্ধ ৰখা হ’ল। যােৱা বছৰৰ দৰে এইবাৰ অমৰনাথত কেৱল পৰম্পৰাগতভাৱে পূজা-অর্চনা সমাপন কৰা হ’ব।

কৰ’না ভাইৰাছৰ সংক্রমণ অব্যাহত থকাৰ প্ৰতি লক্ষ্য ৰাখি শ্ৰীঅমৰনাথ তীর্থক্ষেত্র ন্যাসে চলিত বৰ্ষত তীর্থযাত্রা বন্ধ ৰাখিবলৈ সিদ্ধান্ত ল’লে। উল্লেখ্য যে যােৱা বছৰতাে কৰ’নাৰ সংক্ৰমণৰ ফলত অমৰনাথ তীর্থযাত্রা বন্ধ ৰখা হৈছিল। অৱশ্যে পৱিত্ৰ গুহাত অমৰনাথৰ আৰতিৰ পােনপটীয়া সম্প্রচাৰ কৰা হ’ব।

Exit mobile version