অসমীয়া চলচ্চিত্ৰ সমাজৰ সদস্যসকলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালৰ স’তে সাক্ষাৎ

অসমীয়া চলচ্চিত্ৰ সমাজৰ সদস্যসকলৰ লগতে বহুকেইগৰাকী নৱীন-প্ৰৱীণ শিল্পীয়ে গুৱাহাটীত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এক সৌহাৰ্দপূৰ্ণ সাক্ষাৎ কৰে।

বৈঠকৰ সময়ছোৱাত সাংস্কৃতিক জগতৰ স’তে জড়িত বিভিন্ন বিষয়ত আলোচনা হয় ।

মৃদুলা বৰুৱা, পাপন, যতীন বৰা, মালবিকা বৰা, ভূপেন উজীৰ, প্ৰাঞ্জল শইকীয়া আদি বহুকেইগৰাকী নৱীন-প্ৰৱীণ শিল্পী বৈঠকত উপস্থিত থাকে ।

Exit mobile version