Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

    বিজেপিত যোগদানৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাঘৱ চাড্ডাৰ ১০ লাখ ফ’ল’ৱাৰ হ্ৰাস

    Two prisoners died mysteriously in Nagaon: নগাঁৱৰ দুখনকৈ কাৰাগাৰত দুই কয়দীৰ ৰহস্যজনক মৃত্যু

    Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

    অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

অৰণ্য চহৰ নিৰ্মাণ কৰিছে ছিংগাপুৰে, নিষিদ্ধ এচি, গাড়ী, নিয়ন্ত্ৰিত হ’ব বতাহৰ পৰা উষ্ণতাও

publisher by publisher
June 8, 2021
in News
Reading Time: 2 mins read
0
অৰণ্য চহৰ নিৰ্মাণ কৰিছে ছিংগাপুৰে, নিষিদ্ধ এচি, গাড়ী, নিয়ন্ত্ৰিত হ’ব বতাহৰ পৰা উষ্ণতাও
10
SHARES
102
VIEWS
ShareShareShareShare

অক্সিজেনেৰে পৰিপূৰ্ণ চহৰ প্ৰতিষ্ঠা কৰিছে ছিংগাপুৰে । নাম দিছে ‘অৰণ্য নগৰী’ । নাগৰিকৰ আৰামত কোনো আপোচ নকৰাকৈয়ে চহৰত থাকিব গভীৰ অৰণ্য ।

ADVERTISEMENT

Singapore is building a forest town min

RelatedPosts

SIT Pressmeet: বিএনএছএছ ৰ সময়সীমা অনুসৰিয়ে এছআইটিয়ে আদালতত দাখিল কৰিব চাৰ্জছীট :মুন্না প্ৰসাদ গুপ্তা

SIT in Singapore:ছিংগাপুৰ আৰক্ষী ফৰ্চৰে এছআইটিৰ বৈঠক সম্পন্ন

Munna Prasad Gupta:আজি ছিংগাপুৰলৈ ৰাওনা এছ আই টি মুৰব্বী

পৰিৱেশ প্ৰদূষণ হোৱাৰ সুযোগ নাই এই চহৰখনত । দৃশ্য আৰু শব্দ প্ৰদূষণো নাই । চাৰিওফালে সেউজীয়া । কাণত প্ৰকৃতিৰ শব্দ । গাড়ীৰ ধোঁৱা, হৰ্ণৰ শব্দ, যান জটৰ সমস্যাৰ পৰা মুক্ত হ’ব নাগৰিকসকল । কাৰণ অৰণ্য নগৰত থাকিব ট্ৰাফিক মুক্ত পথ ।

Tengah08

ট্ৰাফিক মুক্ত ! এই চহৰখন বিচ্ছিন্ন দ্বীপৰ দৰে নেকি ? যান-বাহন চলাচলৰ ব্যৱস্থা নাথাকিব নেকি ? তেনে নহয় । গাড়ী চলাচলৰ ব্যৱস্থা থাকিব, কিন্তু মাটিৰ তলত । মাটিৰ ওপৰত সেউজীয়াৰ মাজত কেৱল চাইকেলেৰে বা খোজকাঢ়ি ভ্ৰমণ কৰিব পাৰিব বাসিন্দাসকলে ।

Tengah Singapore

নাম ‘ফৰেষ্ট টাউন’ বা ‘অৰণ্য নগৰী’ । এই প্ৰকল্পৰ আন এটা নামো আছে ‘দ্য তেনগা প্ৰজেক্ট’ । ছিংগাপুৰৰ প্ৰথম স্মাৰ্ট আৰু দীৰ্ঘস্থায়ী চহৰ হ’ব এই তেনগা । সাতশ হেক্টৰ ভূমিৰ ওপৰত পাঁচখন বাসযোগ্য জিলাৰে তৈয়াৰ এই চহৰত ঠাই পাব ৪২ হেজাৰ গৃহ‌ই ।

forests

ছিংগাপুৰৰ পশ্চিমৰ যি অঞ্চলত এই নগৰ গঢ়ি উঠিছে, এসময়ত ইয়াত সেনাবাহিনীক প্ৰশিক্ষণ দিয়া হৈছিল । এটা বৃহৎ ইটা ভাটাৰো আছিল । এই ইটা ভাটাৰৰ কৰ্মীসকল বিস্তৃত হৈ আছিল তেনগা অৰণ্যত ।

tengah 07

কিন্তু তেনগাৰ অৰণ্য নগৰী সেউজীকৰণৰ লক্ষ্যেৰে সেউজকে ধ্বংস কৰিছে বুলি অভিযোগ উত্থাপন হৈছে ।

QT O3 5

তেনগাৰ বিশাল অৰণ্যভূমিৰ ওপৰতে গঢ়ি উঠিছে অৰণ্য নগৰী । ইয়াৰ বাবে কটা হৈছে প্ৰচুৰ গছ । ছিংগাপুৰৰ বন‌ সংৰক্ষণ আন্দোলনকাৰীসকলে এই বিষয়ত ক্ষোভ উজাৰিছে । তেওঁলোকে কয়, তেনগাত যি সেউজ চহৰ গঢ়াৰ পৰিকল্পনা কৰা হৈছে, প্ৰকৃততে ই সাধাৰণ মানুহ নিষিদ্ধ চহৰত পৰিণত হ’ব ।

1623139932 new project 9

অৰণ্যপ্ৰেমীসকলৰ মতে, অৰণ্য ধ্বংস কৰি আধুনিক সুযোগ-সুবিধাৰ যি ব্যৱস্থা থাকিব, তাত প্ৰচুৰ ব্যয়বহুল হ’ব । সাধাৰণ নাগৰিকৰ বাবে এই ব্যয় বহন কৰা সম্ভৱ নহ’ব । সেয়ে সাধাৰণ নাগৰিকে এই চহৰত বাস কৰিব নোৱাৰিব ।

1623139878 new project 3

নতুন অৰণ্য নগৰীত পাঁচখন বাসযোগ্য জিলা অন্তৰ্ভুক্ত কৰা হৈছে । এইসমূহ হৈছে – গাৰ্ডেন, পাৰ্ক, ব্ৰিকলেণ্ড, ফৰেষ্ট হিল আৰু প্লেণ্টেছন । এই পাঁচটা অঞ্চলৰ পৰিকল্পনা কৰা হৈছে নাগৰিকসকলৰ সুস্থ জীৱন যাপনৰ প্ৰতি লক্ষ্য ৰাখি ।

ST 20160412 VNTENGAH 2209207

এই চহৰৰ বাসিন্দাসকলৰ জীৱিকা বৃত্তিও হ’ব চহৰৰ কাষৰীয়া দুখন পৃথক জিলাত । পৰিকাঠামোৰ কাম হ’ব জুৰং ইন’ভেছন জিলাত । চহৰৰ বাণিজ্য কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰা হ’ব জুৰং লেক জিলাক ।

1623139905 new project 6

অৰণ্য নগৰীৰ সোঁমাজত থাকিব এশ মিটাৰ বহল ঘন অৰণ্য । যিয়ে চহৰৰ এটা প্ৰান্তৰ পৰা জলধাৰাক অন্য প্ৰান্তৰ প্ৰকৃতি সংৰক্ষণ ক্ষেত্ৰৰ স’তে সংলগ্ন কৰিব । এই বনভাগত বন্যপ্ৰাণী সংৰক্ষণৰ ব্যৱস্থা থাকিব । নাগৰিকসকলৰ প্ৰমোদ ভ্ৰমণৰ ব্যৱস্থাও থাকিব ইয়াত ।

Tengah will soon emerge as Singapore s first Forest Town PropertyGuru Singapore

স্মাৰ্ট চিটী ইণ্ডেক্সত বিশ্বৰ সৰ্ব্বপ্ৰথমত ছিংগাপুৰ । ‘এছিয়াৰ সেউজীয়া চহৰ’ হিচাপে খ্যাতিও লাভ কৰিছে ছিংগাপুৰে ।

model tengah forest town visitors viewing large development plan hdb hub exhibition gallery singapore 86481821

অৱশ্যে ছিংগাপুৰৰ তেনগা স্মাৰ্ট চহৰত বতাহো বলিব পৰিকল্পনা অনুযায়ী । দেশৰ আবাসন আৰু উন্নয়ন বিষয়ক তত্বাৱধানকাৰী বোৰ্ডে জনায়, কম্পিউটাৰৰ সহায়ত চহৰৰ সকলোবোৰ গৃহ এনেদৰে নিৰ্মাণ কৰা হ’ব, যাতে বতাহৰ গতিবিধি নিয়ন্ত্ৰণ কৰিব পৰা যায় । লগতে তাপমাত্ৰাও নিয়ন্ত্ৰণ কৰা হ’ব ।

1623139836 new project 2

স্মাৰ্ট চহৰৰ পোহৰো হ’ব স্মাৰ্ট । জনশূণ্য অঞ্চলত নিজেই বন্ধ হৈ যাব স্মাৰ্ট লাইট । ফলত বিদ্যুতৰ ব্যৱহাৰো কমিব ।

ছিংগাপুৰৰ মুঠ বিদ্যুৎ নিৰ্বাহৰ এক তৃতীয়াংশ‌ই ব্যয় হয় শীত-তাপ নিয়ন্ত্ৰণত । অৰণ্য নগৰত বিদ্যুতৰ এই ব্যয় হ্ৰাস কৰিব পৰা যাব । আবাসন আৰু উন্নয়ন বোৰ্ডে জনাইছে, গোটেই চহৰখনত এটাই কেন্দ্ৰীয় তাপ নিয়ন্ত্ৰণকাৰী ব্যৱস্থা থাকিব । যিয়ে চহৰৰ প্ৰতিখন গৃহৰ তাপমাত্ৰা নিয়ন্ত্ৰণ কৰিব । পৃথক পৃথক বাতানুকূল ব্যৱস্থা কৰাতকৈ ইয়াৰ দ্বাৰা বহু কম পৰিমাণে বিদ্যুৎ ব্যয় হ’ব ।

1623139995 new project 14

অৰণ্য নগৰীত আৱৰ্জনা সংগ্ৰহৰ বাবেও বিশেষ ব্যৱস্থা আছে । প্ৰদূষণ ৰোধ কৰিবৰ বাবে ইয়াত স্বয়ংক্ৰিয় আৱৰ্জনা সংগ্ৰহৰ ব্যৱস্থা থাকিব । প্ৰত্যেক গৃহৰ পৰা আৱৰ্জনা সংগ্ৰহ কৰি এক বিশেষ প্ৰক্ৰিয়াৰে মাটিৰ তলত পুতি দিয়া হ’ব ।

1623140967 new project 4

বিদ্যুতৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰিবৰ বাবে তেনগাক স্মাৰ্ট এনাৰ্জী চহৰ হিচাপে নিৰ্মাণ কৰাৰো পৰিকল্পনা কৰা হৈছে । কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত এক ছফ্টৱেৰ চালিত প্ৰক্ৰিয়া কাৰ্যকৰী কৰাৰো পৰিকল্পনা কৰা হৈছে । এই প্ৰক্ৰিয়াত এটা এপৰ সহায়ত নাগৰিকসকলে তেওঁলোকৰ বিদ্যুৎ ব্যৱহাৰৰ হিচাপে পৰ্যৱেক্ষণ কৰিব পাৰিব আৰু নিয়ন্ত্ৰণো কৰিব পাৰিব ।

1623140032 new project 17

তেনগা অৰণ্য চহৰত পৰিণত হোৱাৰ পূৰ্বে শেষবাৰৰ বাবে তেনগা অৰণ্য ভ্ৰমণত গৈছিল ছিংগাপুৰৰ বনপ্ৰেমীসকল । তেওঁলোকে এই ভ্ৰমণক ‘তেগাক বিদায় জনোৱাৰ ভ্ৰমণ’ বুলি আখ্যা দিছিল । তেওঁলোকৰ প্ৰশ্ন, অৰণ্য জীৱনৰ এই সুযোগ কেৱল বিত্তবান লোকেই কিয় লাভ কৰিব ? কিয় সাধাৰণ নাগৰিকে এই চহৰত থকাৰ সুবিধা লাভ নকৰে ?

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Forest TownSINGAPORE
publisher

publisher

Related Posts

বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক
News

April 25, 2026
Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ
News

Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

April 25, 2026
বিজেপিত যোগদানৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাঘৱ চাড্ডাৰ ১০ লাখ ফ’ল’ৱাৰ হ্ৰাস
India

বিজেপিত যোগদানৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাঘৱ চাড্ডাৰ ১০ লাখ ফ’ল’ৱাৰ হ্ৰাস

April 25, 2026
Two prisoners died mysteriously in Nagaon: নগাঁৱৰ দুখনকৈ কাৰাগাৰত দুই কয়দীৰ ৰহস্যজনক মৃত্যু
News

Two prisoners died mysteriously in Nagaon: নগাঁৱৰ দুখনকৈ কাৰাগাৰত দুই কয়দীৰ ৰহস্যজনক মৃত্যু

April 25, 2026
Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি
News

Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

April 25, 2026
অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম
News

অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d