বিশিষ্ট লেখক ড° ৰোহিনী কুমাৰ বৰুৱাৰ বিয়োগত গভীৰ শোক প্ৰকাশ প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালৰ

WhatsApp Image 2021 06 09 at 12.28.46 PM 696x696 1

ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰাক্তন বিষয়া তথা বিশিষ্ট লেখক ড° ৰোহিনী কুমাৰ বৰুৱাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

সমাজলৈ বৰুৱাদেৱে আগবঢ়াই থৈ যোৱা অনবদ্য অৱদান সদায়েই প্ৰেৰণাদায়ক হৈ ৰ’ব বুলি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

বৰুৱাদেৱৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি সৰ্বানন্দ সোণোৱালে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনায় ।

Exit mobile version