ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰাক্তন বিষয়া তথা বিশিষ্ট লেখক ড° ৰোহিনী কুমাৰ বৰুৱাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
সমাজলৈ বৰুৱাদেৱে আগবঢ়াই থৈ যোৱা অনবদ্য অৱদান সদায়েই প্ৰেৰণাদায়ক হৈ ৰ’ব বুলি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
বৰুৱাদেৱৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি সৰ্বানন্দ সোণোৱালে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনায় ।
Condolences on the demise of former IAS officer and renowned author Dr. Rohini Kumar Baruah. An exemplary official and insightful writer, his contributions will inspire many to take up public service to serve the nation. pic.twitter.com/3gEnrcg8fj
— Sarbananda Sonowal (Modi Ka Parivar) (@sarbanandsonwal) June 9, 2021