গোসাইগাওঁ মহকুমাৰ ভাওৰাগুৰীত চুৰিকাণ্ড

WhatsApp Image 2021 06 17 at 6.14.25 PM

কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ভাওৰাগুৰীৰ পুৰনি গৰুবজাৰত যোৱা নিশা সংঘটিত হয় চুৰিকাণ্ড । সান্ধ্য আইনৰ সুযোগ লৈ নিশাৰ ভাগত চোৰে লুটি নিলে ৫০ হেজাৰ টকাৰ সামগ্ৰী।

ADVERTISEMENT

তথ্য অনুসৰি ভাওৰাগুৰীৰ পুৰনি গৰুবজাৰৰ মুছতাফিজুৰ ৰহমানৰ মটৰ চাইকেল গেৰেজত সংঘটিত হৈছে এই চুৰিকাণ্ড।

ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লৈ তদন্ত আৰম্ভ কৰিছে।

Exit mobile version