Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

    নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

    বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

    বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

    বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

    বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

    মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

    মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

    হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

    হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

    নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম

    নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Panchayat Election Results Update:বিৰোধীৰ ৰথী-মহাৰথীৰ ভেটিত কঁপনি তুলি পঞ্চায়তত বিজেপিৰ জয়

সীমিত আসনত প্রতিদ্বন্দ্বিতা কৰিও সফলতা অগপৰ ,শোচনীয় প্রদর্শন কংগ্ৰেছৰ,গ্রামাঞ্চলতো ভেটি শক্তিশালী বিজেপিৰ,সংখ্যালঘুৰ মাজতো বিজেপিৰ প্ৰভাৱ বিস্তাৰৰ চেষ্টা

publisher by publisher
May 13, 2025
in Assam, News
Reading Time: 2 mins read
0
Panchayat Election Results Update:বিৰোধীৰ ৰথী-মহাৰথীৰ ভেটিত কঁপনি তুলি পঞ্চায়তত বিজেপিৰ জয়
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Panchayat Election Final Results:তিনিদিনৰ মূৰত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা নির্বাচন আয়োগৰ

Minister Atul Bora:সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত এডিএৰ জয়ী প্ৰাৰ্থী সকলক সম্বৰ্দ্ধনা মন্ত্ৰী অতুল বৰাৰ

Zero Vote Candidate:আলুখুন্দা গাওঁ পঞ্চায়তত আজৱ ঘটনা !

Panchayat Election Results Update:

বিধানসভা নির্বাচনলৈ মাজত এবছৰো নথকা অৱস্থাত পঞ্চায়ত নির্বাচনত বিজেপিয়ে ৰাজ্যৰ গ্রামাঞ্চলত নিজৰ আধিপত্য প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ল। বিজেপিৰ মিত্রদল অসম গণ পৰিষদেও সীমিত সংখ্যক আসনত প্রতিদ্বন্দ্বিতা কৰি সাফল্য লাভ কৰে। ইয়াৰ বিপৰীতে প্ৰধান বিৰোধী দল কংগ্ৰেছৰ বাবে নিৰ্বাচনী ফলাফল সুখকৰ নহ’ল। একেদৰে সুখকৰ নহ’ল এআইইউডিএফৰ বাবেও। ৰাজ্যিক নির্বাচন আয়োগে ফলাফলৰ তথ্য এই পর্যন্ত আনুষ্ঠানিকভাৱে সদৰী কৰা নাই। নিশা পর্যন্ত ভোট গণনা অব্যাহত থকাৰ পৰিপ্ৰেক্ষিততে আয়োগে তথ্য প্ৰকাশৰ পৰা বিৰত থকা বুলি সূত্ৰত প্ৰকাশ। ইয়াৰ বিপৰীতে অনানুষ্ঠানিকভাৱে আয়োগৰ জৰিয়তে যি তথ্য পোহৰলৈ আহিছে তাতেই প্রতিদ্বন্দ্বী দলবোৰৰ স্থিতি স্পষ্ট হৈছে।

ADVERTISEMENT

জিলা পৰিষদৰ ৩৯৭ টা সমষ্টিৰ ফলাফল ঘোষিতবোৰৰ ভিতৰত আজি এই প্রতিবেদন যুগুতোৱাৰ সময়লৈ বিজেপিয়ে ২৫৩ টা দখল কৰিবলৈ সক্ষম হৈছে। বিজেপিৰ মিত্রদল অসম গণ পৰিষদে ৪০টা সমষ্টিত জয়লাভ কৰিছে। ইয়াৰ বিপৰীতে কংগ্ৰেছে দখল কৰিছে ৩৪ টা সমষ্টি। আনহাতে, এআইইউডিএফে জিলা পৰিষদৰ দুটা সমষ্টি এই পর্যন্ত দখল কৰিছে। জিলা পৰিষদৰ ১১ টা সমষ্টিত নির্দলীয় জয়লাভ কৰে।

ইপিনে, আঞ্চলিক পঞ্চায়তৰ ২,১৯২ টা সমষ্টিৰ ফলাফল ঘোষিতৰ ভিতৰত বিজেপিয়ে ১,১৫৮ টা জয় লাভ কৰিছে। কংগ্ৰেছে জয় লাভ কৰে ১৪৭ টা সমষ্টিত। অসম গণ পৰিষদে দখল কৰে ১৫৩ টা সমষ্টি। তদুপৰি এই পর্যন্ত এআইইউডিএফৰ দখললৈ গৈছে ১১ সমষ্টি। ৰাইজৰ দলে আঞ্চলিক পঞ্চায়তৰ ১৪ টা আৰু অসম জাতীয় পৰিষদে চাৰিটা সমষ্টি দখল কৰিবলৈ সক্ষম হয়। আনহাতে, আঞ্চলিক পঞ্চায়তৰ ৫৮টা সমষ্টি নির্দলীয়ই দখল কৰে।

গাঁও পঞ্চায়তৰ সদস্য, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ একাংশ সমষ্টিৰ ফলাফল অদ্যাপি ঘোষিত হোৱা নাই। এইবোৰৰো গৰিষ্ঠ সংখ্যকতে বিজেপিয়েই অগ্রগতি অব্যাহত ৰাখিছে। প্রায় প্রতিটো ৰাজনৈতিক দলে পঞ্চায়ত নিৰ্বাচনক বিধানসভাৰ ছেমি ফাইনেলৰূপে আনুষ্ঠানিক অথবা অনানুষ্ঠানিকভাবে গণ্য কৰিছিল। তেনে পৰিস্থিতিত নিৰ্বাচনটোৰ ফলাফল নিতান্তই অতি লক্ষ্যণীয় বুলি পৰিচিত হৈছে।

গ্রামাঞ্চলত বিজেপিৰ সাংগঠনিক স্থিতি চহৰৰ তুলনাত দুৰ্বল বুলি দলটোৰ নেতৃবৃন্দই বিভিন্ন সময়ত কৰি আহিছে। সেই দুর্বলতা আঁতৰোৱাত বিজেপি সফল হোৱাটো স্পষ্ট হৈছে। আকৌ ধর্মীয় সংখ্যালঘু অধ্যুষিত সমষ্টিটো পঞ্চায়ত নিৰ্বাচনৰ আলম লৈয়ে বিজেপিয়ে সংগঠন কৰাত আত্মনিয়োগ কৰিছিল। তাৰো যোগাত্মক ফলাফল দলটোৱে আজি লাভ কৰে। বিশেষকৈ গাঁও পঞ্চায়তৰ সদস্য পদত বিজেপিয়ে অনানুষ্ঠানিকভাবে সমর্থন জনোৱা বহু প্রার্থী

বিজয়ী হয়। তেনেদৰে আঞ্চলিক পঞ্চায়তটো বিজেপিৰ বহু প্রার্থীয়ে সফলতা অর্জন কৰে। এই নির্বাচনতে কে’বাটাও ৰাজনৈতিক উল্লেখযোগ্য পৰিঘটনা পোহৰলৈ আহে। এই ফলাফলে কে’বাজনো ৰাজনীতিকৰ নিজৰ ঘৰ আৰু সমষ্টিত জনসমর্থনক লৈয়ো আনক প্রশ্ন উত্থাপনৰ সুযোগ দিয়ে।

বিপুল জনসমর্থনৰে মাত্ৰ কেইমাহমান পূর্বে যোৰহাটৰ সাংসদ নির্বাচিত হৈছিল গৌৰৱ গগৈ। বিজেপিৰ প্ৰবল প্রত্যাহ্বানক নেওচি গৌৰৱ গগৈ জয়লাভকৰাটো দলটোৰ বাবে অত্যন্ত হতাশাৰ বিষয় আছিল। অথচ পঞ্চায়ত নির্বাচনত সাংসদ গগৈয়ে নিজৰ লোকসভা সমষ্টিত মুখ থেকেচা খায়। যোৰহাটৰ বাবে বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনত বিশেষ ৰণকৌশল গ্রহণ কৰিছিল আৰু তাৰ ফলাফল আজি লাভ কৰে। একেদৰে কংগ্ৰেছৰ দেৱব্ৰত শইকীয়া, ৰাইজৰ দলৰবিধায়ক অখিল গগৈ আদিয়েও নিজৰ সমষ্টিত শোচনীয় ফলাফল প্রদর্শন কৰে।

ইয়াৰ মাজতে আন কে’বাটাও অঘটন ঘটে। অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ নিজৰ ঘৰৰ গাঁও পঞ্চায়তখনতে কংগ্রেছ প্রার্থী জয় হয়। নলবাৰীৰ ৪৪ নম্বৰ ওপৰ বৰভাগ দেহাৰকুছি গাঁও পঞ্চায়তত বিজেপিৰ প্রার্থীজনক ২১৩ টা ভোটৰ ব্যৱধানত পৰাজিত কৰি জয় লাভ কৰে কংগ্ৰেছৰ প্রার্থীজনে। মন্ত্রী অজন্তা নেওগৰো নিজৰ পঞ্চায়তখনত কংগ্ৰেছে জয়লাভ কৰে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বাবেও আজিৰ ফলাফল সম্পূৰ্ণৰূপে সুখকৰ নহ’ল।

কিয়নো বজালী জিলা পৰিষদখন সম্পূৰ্ণৰূপে নিজৰ দখলত ৰাখিব নোৱাৰিলে মন্ত্ৰী দাসে। চাৰি নম্বৰ মধ্য বজালী জিলা পৰিষদত কংগ্ৰেছ সমর্থিত নির্দলীয় প্রার্থী দিলীপ বৰুৱাই জয় লাভ কৰে। বৰুৱাই পৰাজিত কৰে মন্ত্ৰী দাসৰ লগত ছাঁটোৰ দৰে লাগি থকা বিজেপি প্রার্থী ৰঞ্জিত হালৈক। ফলাফল সুখকৰ নহ’ল বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ বাবেও। শইকীয়াই প্রতিনিধিত্ব কৰা নাজিৰা বিধানসভা সমষ্টিৰ ২৭খন আঞ্চলিক পঞ্চায়তৰ ২৪ খনেই দখল কৰে বিজেপিয়ে। এখন দখল কৰে অগপই। কংগ্রেছে মাত্র দুখন আঞ্চলিক পঞ্চায়তহে দখল কৰিবলৈ সক্ষম হয়। জিলা পৰিষদৰ ক্ষেত্ৰতো কংগ্ৰেছে সফলতা লাভনকৰিলে।

ৰাইজৰ দল তথা অখিল গগৈৰ বাবেও আজিৰ ফলাফল অত্যন্ত হতাশাজনক বুলি বিবেচিত হৈছে। গগৈয়ে সংখ্যালঘু অধ্যুষিত সমষ্টিক বিশেষভাৱে লক্ষ্য কৰি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বিজেপিৰ বিৰুদ্ধে জনমত সৃষ্টিৰ লক্ষ্যৰে নিয়মিতভাবে বৃহৎ বৃহৎ ৰাজহুৱা সভা অনুষ্ঠিত কৰি আহিছে। অথচ আজি নিজৰ বিধানসভা সমষ্টিতে মুখ থেকেচা খায় গগৈয়ে। শিৱসাগৰ বিধানসভা সমষ্টিত ২৭ খন আঞ্চলিক পঞ্চায়তৰ ২৩ খনে দখল কৰে বিজেপিয়ে। তিনিটা সমষ্টি দখল কৰে অগপই আৰু এটা সমষ্টি দখল কৰে কংগ্ৰেছে। শিৱসাগৰ জিলাৰ ডিমৌ বিধানসভা সমষ্টিৰ ২৮ খন আঞ্চলিক পঞ্চায়তৰ আজি সন্ধিয়ালৈ ঘোষিত ফলাফল অনুসৰি ৰাইজৰ দলে এটা পঞ্চায়তৰ আজি সন্ধিয়ালৈ ঘোষিত ফলাফল অনুসৰি ৰাইজৰ দলে এটা সমষ্টিতহে জয় লাভ কৰে। ইয়াৰ বিপৰীতে ২৬ টা সমষ্টিত বিজয় সাব্যস্ত কৰে বিজেপিয়ে।

ইপিনে, পূব-উত্তৰ-মধ্য অসম আৰু বৰাকত বিজেপিয়ে মূল প্রতিপক্ষ হিচাপে পাইছিল কংগ্রেছক। ইয়াত বিজেপিয়ে বিপুল সফলতা লাভ কৰাৰ বিপৰীতে পশ্চিম অসমত দলটো প্ৰৱল প্রত্যাহ্বানৰ সন্মুখীন হয়। বিশেষকৈ পশ্চিম অসমত ধর্মীয় সংখ্যালঘু ভোটাৰ কেন্দ্রিক ৰাজনীতিত বিজেপি পশ্চাদপদদললৈ যাবলৈ বাধ্য হয়। পশ্চিম অসমৰ বহুধা বিভক্ত ৰাজনীতিৰ ফলাফলো আজি স্পষ্ট হয়। উদাহৰণস্বৰূপে বৰপেটা জিলাৰ ১৯ টা জিলা পৰিষদৰ ভিতৰত বিজেপিয়ে পাঁচটা সমষ্টি দখল কৰে। ইয়াৰ বিপৰীতে কংগ্রেছে আঠটা সমষ্টিত জয়লাভ কৰে। জিলাখনৰ দুটা সমষ্টি দখল কৰে এআইইউডিএফে। গোৱালপাৰাটো কংগ্ৰেছেই বিজেপিৰ তুলনাত সফলতা লাভ কৰিবলৈ সক্ষম হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam panchayat electionResult update
publisher

publisher

Related Posts

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ
Entertainment

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

September 1, 2026
নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ
Assam

নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!
International

বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান
International

বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

September 1, 2026
মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ
International

মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

September 1, 2026
হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল
International

হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

September 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d