Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং

    ‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা

    চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কোন দিশে অসমীয়া সমাজ! নৃশংস অপৰাধে উদ্বিগ্ন কৰিছে সকলোকে

কোনোদিন নোহোৱা-নেদেখা অপৰাধ সংঘটিত হ'বলৈ ধৰাটো সমাজৰ বাবে ক্ষতিকাৰক, কিছুমান অপসংস্কৃতিৰ জ্ঞানে সমাজ ব্যৱস্থালৈ সংকট নমাইছে, অৱক্ষয় প্ৰতিৰোধ কৰিবলৈ অধিক সজাগ- সচেতন হ'ব লাগিব অসমীয়া সমাজে

publisher by publisher
May 13, 2025
in Assam, News
Reading Time: 3 mins read
0
কোন দিশে অসমীয়া সমাজ! নৃশংস অপৰাধে উদ্বিগ্ন কৰিছে সকলোকে
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

কোন দিশে অসমীয়া সমাজ! নৃশংস অপৰাধে উদ্বিগ্ন কৰিছে সকলোকে

নিকা আৰু ভদ্রলোকৰ সমাজৰূপে চিহ্নিত অসমীয়া সমাজ ব্যৱস্থাত সাততে দেখিবলৈ নোপোৱা কেতবোৰ নৃশংস আৰু গাৰ নোম শিয়ৰি উঠা অপৰাধজনিত ঘটনা শেহতীয়াকৈ সংঘটিত হ’বলৈ ধৰিছে। এনে ঘটনাপ্রৱাহে স্বাভাৱিকতে প্রতিজন অসমীয়াক সচকিত কৰি তুলিছে। বিশেষকৈ পৰকীয়া প্ৰেমৰ বাবেই দেওবাৰে এটি ১০ বছৰীয়া শিশুক জন্মদাত্রী মাতৃৰ জ্ঞাতসাৰে নৃশংসভাৱে হত্যা কৰা ঘটনাই সকলোকে উদ্বিগ্ন কৰি তুলিছে। এই ঘটনাৰ বাবেই প্রত্যেকজন সচেতন লোকৰ মনত প্রশ্ন উদয় হৈছে যে প্রকৃততে কোন দিশত গতি কৰিছে অসমীয়া সমাজখনে? উল্লেখ্য যে বিগত তিনি-চাৰিটা বৰ্ষত বাজ্যখনত বহুকেইটা নৃশংস অপৰাধজনিত ঘটনা সংঘটিত হৈছে, যিসমূহ ঘটনাপ্রৱাহ অসমীয়া সমাজ ব্যৱস্থাই কেতিয়াও কল্পনা কৰিব নোৱাৰে। অসমীয়া সমাজ ব্যৱস্থালৈ নামি অহা এই সংকট তথা অৱক্ষয় প্রতিৰোধ কৰিবলৈ হ’লে অসমীয়া সমাজখন অধিক সজাগ-সচেতন হোৱাৰ সময় আহি পৰিছে বুলি মন্তব্য কৰিছে ৰাজ্যৰ একাংশ বিশিষ্ট লোকে।

ADVERTISEMENT

দেওবাৰে এটি ১০ বছৰীয়া শিশুক হত্যা কৰা ঘটনাটো শুনি স্তম্ভিত হৈ পৰা বুলি উল্লেখ কৰি বিশিষ্ট বুদ্ধিজীবী ড’ নগেন শইকীয়াই ‘দৈনিক অগ্রদূত’ৰ আগত কয় যে সমাজখনত এনে কিছুমান ঘটনা ঘটিবলৈ ধৰিছে, যিবোৰ ঘটনা অসমীয়া সমাজ ব্যৱস্থাত পূর্বতে কেতিয়াও দেখিবলৈ পোৱা নগৈছিল। কালি পুনৰ যি ঘটনা সংঘটিত হৈছে, এনেধৰণৰ কাণ্ড অসমীয়া সমাজ ব্যৱস্থাৰ বাবে শুভ নহয় বুলি উল্লেখ কৰি অসম সাহিত্য সভাৰ প্রাক্তন সভাপতিজনে কয়, ‘এনে ঘটনাই ভবিষ্যৎ প্রজন্মৰ বাবে সংকট নমাই আনিব। এনেধৰণৰ অপৰাধ প্রৱণতাৰ বিৰুদ্ধে আমি কঠোৰ হ’ব লাগিব অৰু অপৰাধীসকলৰ বিৰুদ্ধে আইনে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব লাগিব। এনেধৰণৰ ঘটনা সমাজৰ বাবে ঘুণনীয়, লগতে ক্ষতিকাৰক। কালিৰ ঘটনাটো শুনি আচৰিত হৈছো। সমাজ অধিক সতর্ক হৈ এনে ব্যাধি প্ৰতিৰোধৰ চেষ্টা কৰিৰ লাগিব।’

বৃদ্ধি পাবলৈ ধৰা নৃশংস অপ্ৰাধজনিত ঘটনা সন্দৰ্ভত বিশিষ্ট সাহিত্যিক ড° কৰবী ডেকা হাজৰিকাই ‘দৈনিক অগ্রদূত’ৰ আগত কয় যে এটি ১০ বছৰীয়া শিশুক কৰুণভাবে হত্যা কৰা খবৰে তেওঁক স্তম্ভিত কৰি তুলিছে। এনেবোৰ ঘটনাই আমাক হতভম্ব কৰি তোলে আৰু মনলৈ ভাৱ আহে যে কোন দিশলৈ অসমীয়া সমাজখন গৈ আছে বুলি হতাশা ব্যক্ত কৰি তেওঁ কয়, ‘এই বিশাল পৃথিৱীত সংঘটিত নহ’বলগীয়া বহু ঘটনা সংঘটিত হৈ আছে; কিন্তু অসমীয়া সমাজ, যিখন সমাজক আমি নিকা সমাজ, ভদ্রলোকৰ সমাজ বুলি ভাবি আছিলো, শেহতীয়াকৈ একাংশ পুৰুষ আৰু মহিলাৰ কর্মকাণ্ডই চিন্তাৰ খোৰাক যোগাইছে যে অসমীয়া সমজৰ অৱক্ষয় কিয় হৈছে? এটা দুটাকৈ বহু ঘটনা দেখিবলৈ পাইছো। সন্তানক হত্যা, পত্নীক হত্যা কৰা হৈছে। স্বামীক পৰপুৰুষৰ লগত লগ লাগি হত্যা কৰা হৈছে। ক’ৰবাত বনকৰা ল’ৰা-ছোৱালীৰ গাত গৰম পানী ঢালি দিয়া হৈছে, হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰ কৰি পেলাই দিয়া হৈছে।

এনেধৰণৰ অপৰাধ প্রৱণতা ক্রমান্বয়ে অসমীয়া সমাজত বৃদ্ধি পাবলৈ ধৰিছে। ইয়াৰ মূলতে হৈছে সচেতনতাৰ অভাৱ আৰু পৰৰ পৰা শিকা।’ প্রসংগক্রমে ড° হাজৰিকাই পুনৰ কয়্, ‘আমি অসমীয়া মানুহে আজিকালি ম’বাইলৰ দ্বাৰা তথা বিভিন্ন দৃশ্যশ্ৰব্যৰ মাধ্যমৰ যোগেদি কিছুমান অপসংস্কৃতি শিকিবলৈ লৈছো। কিছুমান নিশিকিবলগীয়া কথাৰ বিশেষ জান লৈছো ফলত অপৰাধ প্রৱণতা বৃদ্ধি পাইছে। এই অপৰাধ প্রৱণতা নতুন পুৰুষৰ ক্ষেত্রত যদি চোৱা যায়, মাদক দ্রব্য ব্যৱহাৰৰ ফলত বিবেচনাবোধ নোহোৱা হৈছে। যেতিয়া মহিলাৰ মাজত এনেধৰণৰ অপৰাধ প্রৱণতা দেখো বা পৈণত বয়সৰ পুৰুষৰ মাজত এনেধৰণৰ অপৰাধৰ ঘটনা দেখো, ই আমাক চিন্তাত পেলায় যে ইয়াৰ অন্তৰালত কেনেকুৱা কাৰণ আছে।

এনেধৰণৰ ঘটনা হৈ থাকিলে ভবিষ্যতে অসমীয়া সমাজখন কি হ’বগৈ?’ এইধৰণৰ অপৰাধ প্রৱণতা প্রতিৰোধ কৰিবলৈ শিক্ষাৰ প্ৰচাৰ, পৰিয়ালত মৰম-চেনেহৰ ধাৰণা উন্নীতকৰণ, ৰাগিয়াল দ্রব্য বর্জন আদি বিষয়ত সমাজখনে মাৰ বান্ধি ওলাব লাগিব বুলি উল্লেখ কৰি তেওঁ পুনৰ কয়, ‘চৰকাৰী সজাগতা কার্যসূচীসমূহক সমাজে গুৰুত্ব দিব লাগিব। বহু চৰকাৰী অনুষ্ঠানে এনেধৰণৰ কাম কৰে আৰু সামাজিক অনুষ্ঠানসমূহে ইয়াৰ গুৰি ধৰিব লাগিব। মহিলা সংগঠনসমূহে সামাজিক অনুশাসনৰ কাম কৰিব লাগিব: কিন্তু সেয়া নিষ্ঠুৰ বা উগ্র ধৰণে নহয়। যিটোক ম’ৰেল পুলিচ বুলি কোৱা হয়, সেয়া বেয়া পদ্ধতি; কিন্তু সবলভাৱে এক জাগৰণ আনিব লাগিব যে আমাৰ সমাজখনক পূৰ্বৰ দবে কিদৰে সুস্থ-সবলৰূপে গঢ়ি তুলিব পাৰি ৷

ইফালে, ৰাজ্যখনত ক্রমান্বয়ে মহিলাসকলৰ মাজত অতি শক্তিশালী সংস্থা আছে, যিবিলাকে সমাজ নিয়ন্ত্রণ কৰে; কিন্তু অসমত নাই। সেয়ে মই ভাবো যে এতিয়া সংখ্যা কম হৈ আছে; কিন্তু এনে ঘটনাসমূহ ইমান নিষ্ঠুৰ যে আমাক সচেতন কৰি তুলিছে। ই বৃদ্ধি নহওক, ইয়াৰ বাবে সচেতন হ’ব লাগিব। সমাজেই ইয়াৰ গুৰি ধৰিব লাগিব। ভৱিষ্যতক লৈ ভয় লাগে। নতুনকৈ সোমোৱা ই এটা ব্যাধি, ইয়াক চিনাক্ত কৰি গুৰিতে নির্মূল কৰিব লাগিব। এই যি সংকট বা ব্যাধি আহিছে, গুৰিতে নির্মূল কৰিব পাৰিলেহে সমাজখনে অৱক্ষয়ৰ পৰা হাত সাৰিব পাৰিব। লগতে উচিত শিক্ষাৰ জাগৰণৰ প্রয়োজন।’

আনহাতে, এক অবাঞ্ছিত পৰিৱেশত আজি থাকিবলগীয়া হৈছে বুলি খেদ প্রকাশ কৰি বিশিষ্ট শিক্ষাবিদ ড° দয়ানন্দ পাঠকে কয়, ‘আমাৰ সমাজত যিটো প্রমূল্যবোধ আছিল, সেয়া নোহোৱা হৈছে। ইয়াৰ বিভিন্ন কাৰণ আছে। এটা ঠেক মানসিকতাৰে মানুহ পৰিচালিত হৈছে, যাৰ বাবে মাতৃয়ে সন্তানক মাৰিছে, সন্তানে পিতৃ-মাতৃক মাৰিছে। স্বামীয়ে পত্নীক মাৰিছে, পত্নীয়ে স্বামীক মৰাৰ এক ‘ছিৰিজ’ চলিছে। সমাজত অপৰাধ প্রৱণতা লাহে লাহে বৃদ্ধি হোৱা দেখা গৈছে। বৃদ্ধি পোৱাৰ কাৰণসমূহ আমি যিদৰে চিনাক্ত কৰিব লাগিছিল, হয়তো কৰিব পৰা নাই।’

বস্তুবাদী চিন্তাৰ লগতে ৰাজনীতিয়ে মানুহৰ মন বহু ক্ষেত্রত তৰল কৰি পেলাইছে বুলি উল্লেখ কৰি ড° পাঠকে পুনৰ কয়, ‘ৰুচিবোধ সম্প্রতি নিম্নগামী হৈছে। যিবোৰ ঘটনা সমাজখনত ঘটিবলৈ লৈছে এয়া অবাঞ্ছিত আৰু সমাজখন কোন পথে গৈছে, অহা ১০ বছৰত আমি ক’ত থাকিম, এই বিষয়সমূহ চিন্তনীয় আৰু চিন্তা কৰি শুধৰণি কৰাৰ সময় আহি পৰিছে। কি কৰিলে এনে ঘটনাপ্রবাহৰ পৰা পৰিত্ৰাণ পাম, সেই সম্পর্কে নিশ্চিত এক ধাৰণা আমাৰ হাতত নাই।’ আজিৰ দিনত প্রশাসন ৰাজনৈতিক নেতাৰ পাছে পাছে ঘুৰি ফুৰাতহে ব্যস্ত বুলি ড’ পাঠকে মন্তব্য কৰি কয়, ‘নাগৰিকৰ স্বার্থত আৰক্ষীৰ সেৱা কমি আহিছে। লগতে ন্যায় ব্যৱস্থাৰ প্রতি যদি চোৱা যায় এটা গোচৰৰ ৰায় দিবলৈ ১০-১২ বছৰৰ প্রয়োজন হয়। সেয়ে প্রতিটো ব্যৱস্থাৰ প্ৰতি মানুহৰ বিশ্বাস হেৰাই গৈছে।’ এনেধৰণৰ কথাত মানুহ আস্থাহীন হৈ পৰাৰ লগতে সমাজখন অভিভাৱকহীন হৈ পৰাৰ ফলত এনেধৰণৰ অপৰাধ প্রৱণতা বৃদ্ধি পেৱা বুলিও ড° পাঠকে সম্ভাৱনা ব্যক্ত কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Crime TendenciesDr. Dayananda pathakDr. Karabi Deka HazarikaDr. Nagen SaikiaGuwahatiProminent people comments
publisher

publisher

Related Posts

শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং
International

শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং

October 17, 2026
‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা
India

‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা

October 17, 2026
চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d