দ্য মিৰ’ৰৰ প্ৰাংগনত ৰাভা দিৱস উদ্‌জাপন অসম যুৱ পৰিষদৰ

Untitled 3 48

ৰাভা দিৱসৰ লগত সংগতি ৰাখি আজি অসম যুৱ পৰিষদে কেন্দ্ৰীয়ভাৱে পবিত্ৰ ৰাভাৰ দাপোন দ্য মিৰ’ৰৰ প্ৰাংগনত ৰাভা দিৱস উদ্‌জাপন কৰে । আজিৰ এই কাৰ্য্যসূচীত অসম যুৱ পৰিষদে পবিত্ৰ ৰাভাক কলাগুৰু বঁটা প্ৰদান কৰে ।

ADVERTISEMENT

সভাত অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাঁই, উপসভাপতি পিজু ডেকা, মিলন হালৈ, সাধাৰণ সম্পাদক প্ৰবাল বুজৰ বৰুৱা, জাহিৰ চৌধুৰী, বিশ্বজিত বৰুৱা, সুশান্ত দেৱ চৌধুৰী, সঞ্জয় অসমীয়া প্ৰমু্খ্যে অন্যান্য বিষয়ববীয়াসকল উপস্থিত থকাৰ উপৰিও অসম গণ পৰিষদৰ কেন্দ্ৰীয় উপসভাপতি সুনীল ডেকা,‌ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক কিশোৰ দেউৰীও উপস্থিত থাকে ।

Exit mobile version