Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সহায় নাপাই ক্ষোভিত আমেৰিকা! নেটোৰ পৰা সেনা উভতাই ট্ৰাম্পৰ নতুন কৌশল

    Ishank sets world record for swimming in the sea:২৯ কিলোমিটাৰ সাঁতুৰী সমুদ্ৰ পথ অতিক্ৰম কৰি শ্ৰীলংকাৰ পৰা ভাৰত পালেহি সাতবছৰীয়া ইছাংক

    আফ্ৰিকাত পৃথিৱীৰ খোলাত মেলিছে ফাট

    আফ্ৰিকাত পৃথিৱীৰ খোলাত মেলিছে ফাট

    Bijni Murder:বিজনীত চাঞ্চল্যকৰ হত্যাকাণ্ড, পত্নীক ঘপিয়াই হত্যা স্বামীৰ

    Fast Track Court:শনিবাৰে সাময়িকভাৱে বন্ধ থাকিব ফাৰ্ষ্টট্ৰেক আদালতৰ কাম-কাজ

    SC Rejects TMC Plea:সৰ্বোচ্চ ন্যায়ালয়ত মুখথেকেচা তৃণমূল কংগ্ৰেছৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Health

কিডনি ভালে ৰাখিবলৈ খাওক এই পাঁচটা খাদ্য

publisher by publisher
June 21, 2021
in Health, Lifestyle
Reading Time: 1 min read
0
কিডনি ভালে ৰাখিবলৈ খাওক এই পাঁচটা খাদ্য
5
SHARES
46
VIEWS
ShareShareShareShare

★ বন্ধা কবি

কিডনিৰ কার্য ক্ষমতা আৰু পুষ্টিৰ বাবে প্রাকৃতিক ঔষধ হিচাপে বন্ধাকবি ব্যৱহাৰ কৰিব পাৰি। বন্ধাকবিয়ে
কিডনিৰ কাৰ্য ক্ষমতা বঢ়ায়। যদিহে আপােনি কিডনিৰ সমস্যাত ভুগিছে তেতিয়া হলে আপােনাৰ খাদ্যৰ তালিকাত বন্ধা কবি অপৰিহার্য। আপােনাৰ শৰীৰৰত জমাহােৱা ফ্রি ৰেডিকেলে কোনাে ক্ষতি কৰাৰ আগেয়ে ফাইটোকেমিকেল যুক্ত বন্ধাকবিয়ে ফ্রি ৰেডিকেল নাষ কৰাত সহায় কৰে। ইয়াৰ বাহিৰেও ইয়াত ফাইবাৰ আৰু ফলিক এছিডৰ লগতে ভিটামিন থাকে। বন্ধা কবি ডায়েটৰ বাবেও বৰ উপযােগি। কাৰণ বন্ধাকবিত পটাচিয়ামৰ পৰিমাণ কম থাকে।

★ কণীৰ বগা অংশ

কিডনিৰ সমস্যা থকা ব্যক্তিসকলক কণীৰ বগা অংশ খাবলৈ পৰামর্শ কনী দিয়া হয়। কাৰণ ইয়াত ফচফৰাচৰ পৰিমাণ কমকৈ থাকে আৰু প্ৰটিনৰ পৰিমাণ বেছিকৈ পােৱা যায়। উচ্চ মাত্রাৰ প্ৰটিনৰ লগতে প্রয়ােজনীয় এমাইনাে এছিড থাকে। সেয়েহে ই কিডনিৰ কার্য ক্ষমতা বৃদ্ধি কৰে। ইয়াৰ উচ্চমাত্রাৰ প্ৰটিনৰ বিপাকৰ পাছত কম বর্জ্য বা আৱৰজনা উৎপন্ন হয়। অন্যহাতে কিডনিৰ সমস্যা থকা লােকসকসক কণীৰ হালধীয়া অংশ খাবলৈ দিয়া নহয়। কাৰ অতিৰিক্ত আমিষ কিডনিৰ বাবে বােজাৰ দৰে হয়।

★ গাজৰ

গাজৰ হাইপাৰটেনচন কিডনিৰােগৰ অন্য এটি কাৰণ। গাজৰ এনে এবিধ খাদ্য, যিয়ে হাইপাৰটেনচন কমােৱাত সহায় কৰে। ইয়াৰ বাহিৰেও ডায়েবেটিছ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতাে সহায়ক। যিহেতু ডায়েবেটিছ কিডনি ৰােগৰ অন্য এটা কাৰণ। কেঁচা গাজৰত উচ্চ মাত্রাত পটাচিয়াম থাকে সেয়েহে কিডনিৰ ৰােগীসকলে পর্যাপ্ত পৰিমানে গাজৰ খাব লাগে।

★ নহৰু

এন্টিঅক্সিডেন্ট আৰু এন্টিক্লটিং উপাদানেৰে পৰিপূৰ্ণ নহৰুৰ ব্যৱহাৰে কিডনি সমস্যাৰ লগতে হাৰ্টৰ সমস্যাৰ সম্ভাৱনা কম কৰে। প্রতিদিনে ৰাতিপূৱা খালিপেটত নহৰু এক ফুটা বা দুই ফুটা খােৱাৰ অভ্যাস কৰিলে অপ্রয়ােজনীয় কলেষ্টেৰল কমােৱাৰ লগতে প্রদাহ কমােৱাত সহায় কৰে। যি সকলৰ ধাতু জনিত ৰােগৰ প্ৰভাৱ বেছি সেই সকলৰ বাবেও উপযােগি।

★ মাছ

ADVERTISEMENT

মাছ কিছুমান সাগৰীয় মাছত ওমেগা-ও ফেটি এচিড থাকে। যিয়ে কিডনিৰ প্রদাহ কমাই বিভিন্ন ৰােগৰ পৰা বছাই ৰাখে। ইয়াৰ বাহিৰেও মাছত বিভিন্ন প্ৰকাৰৰ ভিটামিন পােৱা যায়। ২০০৮ বৰ্ষৰ আমেৰিকান জার্নেল অফ কিডনি ডিজিজত প্রকাশিত প্রতিবেদন অনুযায়ী ডায়েবেটিছ ৰােগীসকলে মাছ খালে প্রস্রাৱত অস্বাভাৱিক ভাৱে প্ৰটিনৰ মাত্রা কমে। যদিহে আপােনি আপােনাৰ কিডনি ভালে ৰাখিব বিছাৰে তেন্তে এই খাদ্যবােৰ দৈনন্দিন খাদ্যৰ তালিকাত অন্তভূক্ত কৰিবলৈ নাপাহৰিব। লগতে বজাৰত ফল কিনাৰ সময়ত সতেজ ফলহে কিনিব।

RelatedPosts

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

নিশা হঠাৎ অসুস্থ হৈ পৰে বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দা

ফেটি লিভাৰৰ ঘৰুৱা প্ৰতিকাৰ

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Health
publisher

publisher

Related Posts

সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ
Lifestyle

May 2, 2026
কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক
Lifestyle

কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

May 1, 2026
গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক
Lifestyle

গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

April 28, 2026
সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?
Lifestyle

সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

April 28, 2026
অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ
Lifestyle

অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

April 28, 2026
আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে
Lifestyle

আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d