ধুবুৰীত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান

WhatsApp Image 2021 06 22 at 3.40.27 PM

ধুবুৰীত ড্ৰাগছ বিৰোধী অভিযানত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতিঅ টেবলেট, ব্ৰাউন চুগাৰ, বিলাসী বাহন, বাইক, লেপটপ।

ভাৰতীয় ডাক বিভাগৰ ফলক লগোৱা গাড়ীত উদ্ধাৰ বৃহৎ পৰিমানৰ ড্ৰাগছ।নিশা ধুবুৰী আৰক্ষীয়ে দুটা পৃথক পৃথক অভিযান চলাই আটক কৰে পাছজনকৈ ড্ৰাগছ সৰ্বৰাহকাৰীক।

সৰ্বৰাহকাৰী কেইজন হ’ল আব্দুল্লা আল মহম্মদ ওৰফে জুয়েল, ছামিনুল ৰহমান, চাদ্দাম ৰহমান, আয়নাল হক, ছামিউল ৰহমান।

দীৰ্ঘদিনৰ পৰা ধুবুৰীৰ বিভিন্ন অঞ্চলত ড্ৰাগছ সৰবৰাহ কৰি আহিছিল আটকাধিন পাঁচ যুৱকে। ধুবুৰীৰ মদৰগোলা আৰু ছাগলচৰাত চলিছিল আৰক্ষীৰ অভিযান।

Exit mobile version