Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Pawan Khera will appeal to the SC:অগ্রিম জামিন বিচাৰি এইবাৰ পৱন খেড়া দ্বাৰস্থ হ’ব সৰ্বোচ্চ ন্যায়ালয়ত

    Supreme Court:মুছলমান মহিলাসকলে মছজিদত প্ৰৱেশত কোনো বাধা নাই, নামাজ পঢ়াো কোনো বাধা নাই মুছলমান মহিলাৰ:মুছলিম পাৰ্ছনেল ল ব’ৰ্ডে

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    গুৰুগ্ৰামত ৰহস্যময় ঘটনা: চমকৰ পৰিকল্পনাই পৰিণত হ’ল মৃত্যুত

    বিশ্বত সলনি হ’বলৈ ধৰিছে খৰাঙৰ প্ৰকৃতি: ১৯৫০ৰ ভিতৰত সর্বাধিক: বিগত বৰ্ষত বিশ্বৰ ৩০ শতাংশ অঞ্চলেই পৰিল খৰাঙৰ কৱলত

    Guwahati:মহানগৰীৰ পৰা সন্ধানহীন যোৱা ভাবনা শর্মাৰ সন্ধান ওলাল শ্বিলঙত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

৩১ জুলাইৰ ভিতৰত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰিব লাগিব

সকলো ৰাজ্যক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

publisher by publisher
June 25, 2021
in Education, India, News
Reading Time: 1 min read
0
৩১ জুলাইৰ ভিতৰত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰিব লাগিব
7
SHARES
74
VIEWS
ShareShareShareShare

অহা ৩১ জুলাইৰ ভিতৰত দেশৰ সকলো ৰাজ্যৰ শিক্ষা ব’ৰ্ডে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰিব লাগিব । উচ্চতম ন্যায়ালয়ে এইদৰে নিৰ্দেশ দি কয় যে, কিদৰে ছাত্ৰ-ছাত্ৰীসকলক মূল্যায়ন কৰা হ’ব সেই বিষয়ত সংশ্লিষ্ট ব’ৰ্ডে অহা ১০ দিনৰ ভিতৰত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব ।

ADVERTISEMENT

দ্বাদশৰ পৰীক্ষা বাতিল হোৱাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ পূৰ্বৱৰ্তী ফলাফল আৰু বিদ্যালয়ৰ নিজস্ব পৰীক্ষাৰ ফলৰ আধাৰতে দ্বাদশৰ ফলাফল নিৰ্ধাৰণ কৰিব লাগিব । কিদৰে মূল্যায়ন পক্ৰিয়াটো সম্পন্ন কৰা হ’ব, এই সিদ্ধান্ত আগন্তুক ১০ দিনৰ ভিতৰত স্পষ্ট কৰিবলৈকো সৰ্বোচ্চ ন্যায়ালয়ে নিৰ্দেশ দিয়ে ।

RelatedPosts

Kejriwal Spends Night in ED Lockup:নিশা গ্ৰেপ্তাৰৰ পিছত ইডি কাৰ্যালয়ৰ ১নং কোঠাত নিশাটো অতিবাহিত কৰিলে কেজৰিৱালে

Tmc Leader Abhishek Benerjee :শিক্ষক নিযুক্তি কেলেংকাৰিত অভিষেকক সকাহ নিদিলে ন্যায়ালয়ে

Supreme Court Order: অগ্নিগৰ্ভ মণিপুৰ ! চেপা উত্তেজনা অব্যাহত,আবদ্ধ হৈ আছে দহ সহস্ৰাধিক লোক

উল্লেখ্য যে পূৰ্বৰ নিৰ্দেশনাত আদালতে কৈছিল যে বিভিন্ন ৰাজ্যৰ পৃথক পৃথক ব’ৰ্ডৰ ক্ষেত্ৰত এক নিৰ্দিষ্ট মূল্যায়ন পদ্ধতি স্থিৰ কৰাটো সম্ভৱ নহ’ব । সৰ্বোচ্চ ন্যায়ালয়ে এই প্ৰসংগত মন্তব্য কৰি কৈছিল, ‘সকলো ৰাজ্যৰ ব’ৰ্ডে মূল্যায়নৰ এক নিৰ্দিষ্ট নিয়ম মানি চলিব লাগিব, এনে ধৰণৰ কোনো নিৰ্দেশ আমি দিয়া নাই । সমগ্ৰ দেশত এক নিয়মেৰে ছাত্ৰ-ছাত্ৰীৰ মূল্যায়ন কৰা সম্ভৱ নহ’ব ।’

স্মৰ্তব্য যে, দেশৰ এজন অধিবক্তা ই বিভিন্ন ৰাজ্যৰ ব’ৰ্ডৰ দ্বাদশৰ পৰীক্ষা বাতিলৰ ক্ষেত্ৰত স্পষ্ট নিৰ্দেশনা বিচাৰি উচ্চতম ন্যায়ালয়ত এক আবেদন দাখিল কৰিছিল । যিসমূহ ৰাজ্য‌ই ইতিমধ্যে পৰীক্ষা বাতিল কৰিছে, সেইসমূহ ৰাজ্যক সৰ্বোচ্চ ন্যায়ালয়ে অহা ৩১ জুলাইৰ ভিতৰত দ্বাদশৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিবলৈ সময় বান্ধি দিছে । তদুপৰি সকলো ৰাজ্যকে আগন্তুক ১০ দিনৰ ভিতৰত ছাত্ৰ-ছাত্ৰীৰ মূল্যায়নৰ পদ্ধতি স্থিৰ কৰিবলৈকো উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিলে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Supreme Court of India
publisher

publisher

Related Posts

Pawan Khera will appeal to the SC:অগ্রিম জামিন বিচাৰি এইবাৰ পৱন খেড়া দ্বাৰস্থ হ’ব সৰ্বোচ্চ ন্যায়ালয়ত
News

April 25, 2026
Supreme Court:মুছলমান মহিলাসকলে মছজিদত প্ৰৱেশত কোনো বাধা নাই, নামাজ পঢ়াো কোনো বাধা নাই মুছলমান মহিলাৰ:মুছলিম পাৰ্ছনেল ল ব’ৰ্ডে
News

Supreme Court:মুছলমান মহিলাসকলে মছজিদত প্ৰৱেশত কোনো বাধা নাই, নামাজ পঢ়াো কোনো বাধা নাই মুছলমান মহিলাৰ:মুছলিম পাৰ্ছনেল ল ব’ৰ্ডে

April 25, 2026
এতিয়া ছিমৰনৰ দিন নাই: কাজল
News

এতিয়া ছিমৰনৰ দিন নাই: কাজল

April 25, 2026
গুৰুগ্ৰামত ৰহস্যময় ঘটনা: চমকৰ পৰিকল্পনাই পৰিণত হ’ল মৃত্যুত
News

গুৰুগ্ৰামত ৰহস্যময় ঘটনা: চমকৰ পৰিকল্পনাই পৰিণত হ’ল মৃত্যুত

April 25, 2026
বিশ্বত সলনি হ’বলৈ ধৰিছে খৰাঙৰ প্ৰকৃতি: ১৯৫০ৰ ভিতৰত সর্বাধিক: বিগত বৰ্ষত বিশ্বৰ ৩০ শতাংশ অঞ্চলেই পৰিল খৰাঙৰ কৱলত
News

বিশ্বত সলনি হ’বলৈ ধৰিছে খৰাঙৰ প্ৰকৃতি: ১৯৫০ৰ ভিতৰত সর্বাধিক: বিগত বৰ্ষত বিশ্বৰ ৩০ শতাংশ অঞ্চলেই পৰিল খৰাঙৰ কৱলত

April 25, 2026
Guwahati:মহানগৰীৰ পৰা সন্ধানহীন যোৱা ভাবনা শর্মাৰ সন্ধান ওলাল শ্বিলঙত
News

Guwahati:মহানগৰীৰ পৰা সন্ধানহীন যোৱা ভাবনা শর্মাৰ সন্ধান ওলাল শ্বিলঙত

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d