অসমত ভূমিকম্পৰ তীব্ৰ জোকাৰাণী

eq

পুৱা ৮-৪৫ বজাত জোকাৰণী অনুভত হয় ।

ভূমিকম্পৰ প্ৰাবল্যতা আছিল ৫.২ ৰিখটাৰ স্কেল ‌।

ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মেঘালয়ৰ তুৰাত ১৪ কিলোমিটাৰ গভীৰত ।

এই পৰ্যন্ত কোনো সা-সম্পত্তি আৰু জনসাধাৰণৰ ক্ষতিৰ তথ্য লাভ কৰা নাই ।

Exit mobile version