● আজি সন্ধিয়া ছয় বজাত মোদী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ’ব ।
● কেবিনেট মন্ত্ৰীৰ দায়িত্ব পাব প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
● ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ বাসভৱনত উপস্থিত সোণোৱাল ।
● নতুন কেবিনেট ভাৰতৰ ইতিহাসত সৰ্বাধিক তৰুণৰে ভৰা হ’ব ।
● মন্ত্ৰীসভাত বহু সংখ্যক অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰতিনিধি থাকিব ।
● ক্ষুদ্ৰ সম্প্ৰদায়ক অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা কৰা হৈছে ।
● মন্ত্ৰীসকলৰ শিক্ষাগত অৰ্হতাত গুৰুত্ব আৰোপ কৰা হ’ব ।
● স্থান লাভ কৰিব পিএইচডি, এমবিএ, স্নাতকোত্তৰ ডিগ্ৰীধাৰী আৰু অন্যান্য পেছাদাৰীয়ে ।
মোদী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ আজি, তাৰুণ্যৰে ভৰা হ’ব নতুন কেবিনেট
