ৰাষ্ট্ৰপতি ভৱনত মোদী চৰকাৰৰ মন্ত্ৰী সভাৰ সম্প্ৰসাৰণ

43ea5176 d25e 11eb 989f 1d6b190c458e 1624258959707

● আৰম্ভ হ’ল মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ।
● ২০১৯ৰ পাছত এইয়ে প্ৰথম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ।
● ৰাষ্ট্ৰপতি ভৱনত শপতগ্ৰহণ অনুষ্ঠান ।
● কেবিনেট মন্ত্ৰী হিচাপে শপতবাক্য পাঠ কৰিলে সৰ্বানন্দ সোণোৱাল, অশ্বিনী বৈষ্ণৱ, ৰামচন্দ্ৰ প্ৰসাদ সিং, নাৰায়ণ ৰাণে, জ্যোতিৰাদিত্য সিন্ধিয়াৰ, ড° বীৰেন্দ্ৰ কুমাৰ, পশুপতি কুমাৰ পাৰশে ।

Exit mobile version