এইবাৰ ওদালগুৰিত আৰক্ষীৰ গুলীত নিহত এন এল এফ বি নেতা

Screenshot 20210713 193505 com.huawei.himovie.overseas

মাজবাট আৰক্ষীৰ অভিযানত এনকাউণ্টাৰ এন এল এফ বিৰ জিলা কামাণ্ডাৰ জয়ফুৰোছ ।

পুৱতি নিশা মাজবাট আৰক্ষীয়ে চলাইছিল অভিযান । অসম অৰুণাচল সীমান্তৱৰ্তী ডিমাচাঙৰ দুই নং অন্থাইবাৰীত সেনা আৰক্ষী চলাইছিল এই অভিযান । নিহত লোকজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে পিষ্টলসহ সক্ৰিয় গুলি ।

Exit mobile version