Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

    পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

সাঁচতীয়া সােণ বিক্ৰীৰে জীৱন ৰক্ষাৰ চেষ্টা বহু ভাৰতীয়ৰ

publisher by publisher
July 13, 2021
in India, News
Reading Time: 1 min read
0
সাঁচতীয়া সােণ বিক্ৰীৰে জীৱন ৰক্ষাৰ চেষ্টা বহু ভাৰতীয়ৰ
3
SHARES
27
VIEWS
ShareShareShareShare

ক’ভিডে দেশৰ বৃহৎ সংখ্যক জনতাৰ জীৱন যাপন সীমাহীন যন্ত্রণাময় কৰি তুলিছে। প্রায় প্রতিটো সাধাৰণ পৰিয়ালৰে অর্থনৈতিক অৱস্থা ভাঙি চুৰমাৰ কৰিছে ভয়াৱহ সংক্রমণ সৃষ্ট পৰিস্থিতিয়ে। ক’ভিডৰ প্রথম টৌৰ আঘাত চম্ভালি কোনাে মতে থিয় দিয়া সাধাৰণ পৰিয়ালসমূহক দ্বিতীয়টো ঢৌৱে মাধমাৰ শােধাই দৰিদ্ৰতাৰ গৰাহলৈ ঠেলি দিছে।

ADVERTISEMENT

এনে পৰিপ্ৰেক্ষিতত বহু ভাৰতীয়ই এতিয়া শেষ সাঁচতীয়া সম্বল সােণ বিক্ৰী কৰিবলৈ বাধ্য হৈছে। দৈনন্দিন জীবন যাপনৰ বাবে বিক্রী কৰিছে সােণৰ অলংকাৰ। গ্রাম্য ভাৰতৰ অর্থনীতি আৰু উপার্জনত ক’ভিডৰ নতুন ঢৌৱে মাৰাত্মক ক্ষতিসাধন কৰিছে। বহু ভাৰতীয় পৰিয়ালে বিপদৰ সময়ৰ বাবে সােণ ক্ৰয় কৰি সঞ্চয় কৰে।

RelatedPosts

যদি ভাৰতে আক্ৰমণ বন্ধ কৰে তেন্তে আমিও এই বিষয়ে বিবেচনা কৰিম : পাকিস্তানী বিদেশমন্ত্ৰী 

ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 

কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!

এতিয়া সেই সাঁচতীয়া সােণেই বিভিন্নজনে বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে। উদাহৰণ স্বৰূপে পল ফার্ণাণ্ডেজ নামৰ ৫০ বছৰীয়া পৰিচাৰকজনে বিগত বৰ্ষত সােণ বন্ধকত থৈ সন্তানৰ শিক্ষাদানৰ বাবে ঋণ লৈছিল। ক’ভিড পৰিস্থিতিত চাকৰি হেৰুওৱাৰ ফলত তেওঁ এইদৰে ঋণী হয়। এই বছৰত তেওঁ জীৱন যাপনৰ বাবে সােণৰ অলংকাৰ বিক্ৰী কৰিবলৈ বাধ্য হয়।

চাকৰি হেৰুৱাই কর্মহীন হৈ পৰা ফার্ণাণ্ডেজে নতুনকৈ কৰ্মত যােগ দিয়াৰ লগতে আত্মনিৰ্ভৰশীল হােৱাৰ বাবেও বহু চেষ্টা চলাই ক’ভিড পৰিস্থিতিৰ বাবে ব্যর্থ হােৱাৰ পাছত তেওঁৰ হাতত আন কোনাে বিকল্প উপায় নাছিল। গােৱাৰ এই বাসিন্দাজনে কয় যে সঞ্চিত সােণ বিক্ৰী কৰাৰ বাহিৰে তেওঁৰ হাতত আন কোনাে উপায় নাই।

সােণৰ বিনিময়ত ঋণ ল’লে তাক পৰিশােধৰ বােজা বহন কৰিবলগীয়া হয়; কিন্তু সােণ বিক্ৰী কৰিলে কাকো ওভতাই দিয়াৰ চিন্তাৰ পৰা মুক্ত হােৱাৰ লগতে অতিৰিক্ত সুতৰ বােজা মুক্তও হয় বুলি কয় ফার্ণাণ্ডেজে। দুর্দশাগ্রস্ত ভাৰতীয়ই সােণ বন্ধকত থৈছে তাৰে উদাহৰণ দেশৰ সর্ববৃহৎ সােণ বন্ধকৰ বিপৰীতে ঋণ আদায় দিও মন্নপূৰম ফাইনেন্স লিমিটেডৰ তথ্যই দাঙি ধৰে।

এই তথ্য অনুসৰি যােৱা মাৰ্চৰ পৰা বিগত তিনিমাহত কোম্পানীটোৱে ঋণৰ বাবদ লাভ কৰা ৪৪০ কোটি টকাৰ সােণ নিলামত বিক্ৰী কৰে। ইপিনে, ইয়াৰ পূৰ্বৰ মাহত নিলাম কৰা সােণৰ পৰিমাণ আছিল মাত্র আঠ কোটি টকা। মন্নপূৰ্মত ঋণৰ বাবে সােণৰ আ-অলংকাৰ বিক্ৰী কৰা লােকসকল অতি সাধাৰণ শ্ৰেণীৰ দিন হাজিৰা কৰা শ্রমিক, ক্ষুদ্র উদ্যাগী আৰু কৃষক।

এইসকলৰ ঋণ পৰিশােধ ক্ষমতা নাই। সেয়েহে সঞ্চিত সােণৰ অলংকাৰকে বন্ধকত থৈ অথবা বিক্ৰী কৰি জীৱন যজত বাচি থাকিবলৈ চেষ্টা কৰিছে। এই সম্পর্কত লণ্ডনৰ এটা বিত্তীয় প্রতিষ্ঠানৰ বিশেষজ্ঞ চিৰাগ শেঠে কয় যে দ্বিতীয় টৌত প্রথম ঢৌৰ তুলনাত ভয়াৱহ বিত্তীয় ক্ষতিৰ সন্মুখীন হৈছে ভাৰতীয়সকল।

ইয়াৰ ফলত সােণ বিক্ৰীৰ ওপৰত বহুজনে নির্ভৰ কৰিবলগীয়া হৈছে। ২০২০ত প্রথমটো টৌত ক’ভিডে ভাঙি পেলােৱা অর্থনৈতিক পৰিস্থিতিৰ জোৰা মাৰিবলৈ যিসকল লােকে সােণ বন্ধকত থৈছিল এইবাৰ তেওঁলােকে বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে।

তৃতীয়লানি ঢৌ আহিলে সােণৰ অলংকাৰ তৈয়াৰ কৰিবলৈ গলােৱা সােণৰ পৰিমাণ ২১৫ মেট্রিক টনৰ অধিক হ’ব পাৰে। এনে হলে বিগত ন বছৰৰ ভিতৰত সর্বাধিক পৰিমাণৰ সােণৰ গলিত ৰূপ দিয়া হ’ব বুলি তেওঁ কয়। বিগত বৰ্ষত ভাৰতীয়সকল বিত্তীয় সমস্যাৰ সন্মুখীন হৈছিল আৰু সােণৰ ঋণৰ জৰিয়তে এই পৰিস্থিতিৰ পৰা মুক্ত হৈছিল।

এতিয়া তেওঁলােকে চলিত বৰ্ষত পুনৰ এক নতুনকৈ বিত্তীয় সমস্যাৰ সন্মুখীন হৈছে আৰু সন্মুখত আছে তৃতীয় টৌ। ইয়াৰ অৰ্থ হৈছে কর্মহীন হৈ পৰা। এইদৰে কয় শেঠে। তেওঁ কয় যে আগষ্ট আৰু ছেপ্টেম্বৰত সম্ভাব্য তৃতীয় ঢৌৰ প্রকোপৰ সময়তে আর্তজনৰ সােণ বিক্ৰীৰ বাবে হেতা-ওপৰা লাগিব।

ক’ভিড পৰিস্থিতিত তলাবন্ধৰ ফলত কোঙা হৈ পৰা অর্থনীতিত বহু ভাৰতীয় পুনৰ দৰিদ্ৰ অৱস্থালৈ উভতি গৈছে। ২০ কোটিৰ অধিক ভাৰতীয়ৰ উপার্জন দৈনিক ন্যূনতম মজুৰিতকৈও কম হৈছে। মনকৰিবলগীয়া যে দেশৰ ভিতৰতে সর্বাধিক সােণ বিক্রী হয় দক্ষিণ ভাৰতত।

সােণৰ ব্যৱসায়ৰ এনে এটি কোম্পানীৰ সঞ্চালকৰ মতে, সাধাৰণ অৱস্থাতকৈ ২৫ শতাংশ অধিক সাঁচতীয়া সােণ অলংকাৰ বিভিন্নজনে বিক্ৰী কৰিছে। তেওঁ কয়,’তলাবন্ধৰ পাছত সােণৰ অলংকাৰৰ বিপণী মুকলি হােৱাৰ পাছত দুটা কাৰণত ভিৰ হােৱা দেখা গৈছে। এটা হৈছে বিয়াৰ বাবে সােণ ক্ৰয় আৰু আনটো হৈছে টকাৰ বাবে সােণ বন্ধকত ৰখা অথবা বিক্রী। দুর্বল অর্থনীতি আৰু কৰ’না সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত বিগত কে’বা বছৰ ভাৰতীয়ৰ সােণ ক্ৰয়ৰ প্রবণতা হ্রাস পাইছিল।

২০২০ত দুটা দশকৰ ভিতৰতে ভাৰতত সােণৰ বিক্ৰী সর্বনিম্ন আছিল বুলি বর্ল্ড গ’ল্ড কাউন্সিলে প্ৰকাশ কৰিছে। অৱশ্যে সােণৰ মূল্য সম্প্রতি হ্রাস পােৱাত চলিত বৰ্ষত বিক্রী বৃদ্ধি পাব বুলি কোৱা হৈছে। ইতিমধ্যে মূল্য হ্রাসৰ ফলত সােণৰ ৪০ শতাংশ বিক্রী বাঢ়িছে। এনে পৰিস্থিতিত তৃতীয় ঢৌৱে পুনৰ অধিক বিপদ কঢ়িয়াই আনিব বুলি সােণৰ ব্যৱসায়ীসকল আতংকত ভুগিছে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Covid-19goldindia
publisher

publisher

Related Posts

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

May 10, 2025
ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
India

ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

May 10, 2025
Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী
India

Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

May 10, 2025
LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী
News

LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

May 10, 2025
Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি
India

Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

May 10, 2025
পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি
News

পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d