● পুনৰ ধুবুৰীত উদ্ধাৰ হস্ত নিৰ্মিত পিষ্টল, তিনিটাকৈ হস্ত নিৰ্মিত বোমা ।
● গ্ৰেপ্তাৰ চাদ্দাম আলি, শ্বহীদ আলি ।
● কাইমভাষানি দ্বিতীয় খণ্ডৰ পৰা উদ্ধাৰ পিষ্টল, হস্ত নিৰ্মিত বোমা ।
● নিশা বিএছএফ আৰু ধুবুৰী আৰক্ষীয়ে চলাইছিল অভিযান ।
● চাদ্দামৰ ঘৰত জমা কৰি ৰখা খেৰৰ ভিতৰৰ পৰা উদ্ধাৰ পিষ্টল, বোমা ।
● এটা সপ্তাহত ধুবুৰী জিলাত চাৰিটাকৈ হস্ত নিৰ্মিত পিষ্টল, তিনিটাকৈ হস্ত নিৰ্মিত বোমা উদ্ধাৰ ।
ধুবুৰীত উদ্ধাৰ হস্ত নিৰ্মিত পিষ্টল-বোমা
-
By publisher
Related Content
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
Sonam Raghuvanshi's bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
By
publisher
April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স'তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
By
publisher
April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
By
publisher
April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
By
publisher
April 28, 2026