সোণাৰু গছৰ চমৎকাৰী উপকাৰিতা

360 F 259467224 0lVNosqGrfrmBJsPpu7MatBjHbKIs1Jj

অৰ্শ : সোণাৰু গছৰ শিপা পানীত উতলাই লৈ যেতিয়া তাৰ পানী ৰঙা হয় , তেতিয়া অলপ নিমখ আৰু ঘিঁউ মিহলাই খাব পাৰে । এনেদৰে একসপ্তাহ খালেই অৰ্শ ঠিক হৈ যায় ।।

খৰ খজুৱতি : সোণাৰু গছৰ পাত পিছি লৈ খৰ খজুৱতি হোৱা ঠাইত লগালে ইয়াৰ পৰা উপশম পোৱা যায় ।

মুখৰ ঘা : সোণাৰু গছৰ কোমল পাত চোবাই খালে ইয়াৰ পৰা হাত সাৰিব পাৰিব।

কাহ : ইয়াৰ পাত পানীত উতলাই মৌ লগত মিহলাই খালে কাহ ভাল হয়।

কৌষ্ঠকাঠিন্য : এই গছৰ গুটি চেনিৰ লগত দিনত এবাৰ খালে কৌষ্ঠকাঠিন্য ভাল হয় ।

গাঁঠিবিষ : সোণাৰুৰ দুটা পাত ঘিউৰ লগত ভাজি এমাহ খালে এই ৰোগৰ পৰা হাত সাৰিব পাৰিব ।

Exit mobile version