অৰ্শ : সোণাৰু গছৰ শিপা পানীত উতলাই লৈ যেতিয়া তাৰ পানী ৰঙা হয় , তেতিয়া অলপ নিমখ আৰু ঘিঁউ মিহলাই খাব পাৰে । এনেদৰে একসপ্তাহ খালেই অৰ্শ ঠিক হৈ যায় ।।
ADVERTISEMENT
খৰ খজুৱতি : সোণাৰু গছৰ পাত পিছি লৈ খৰ খজুৱতি হোৱা ঠাইত লগালে ইয়াৰ পৰা উপশম পোৱা যায় ।
মুখৰ ঘা : সোণাৰু গছৰ কোমল পাত চোবাই খালে ইয়াৰ পৰা হাত সাৰিব পাৰিব।
কাহ : ইয়াৰ পাত পানীত উতলাই মৌ লগত মিহলাই খালে কাহ ভাল হয়।
কৌষ্ঠকাঠিন্য : এই গছৰ গুটি চেনিৰ লগত দিনত এবাৰ খালে কৌষ্ঠকাঠিন্য ভাল হয় ।
গাঁঠিবিষ : সোণাৰুৰ দুটা পাত ঘিউৰ লগত ভাজি এমাহ খালে এই ৰোগৰ পৰা হাত সাৰিব পাৰিব ।