অলিম্পিকত ভাৰতলৈ প্ৰথমটো পদক মীৰাবাঈ চানুৰ

E7CsCcHWEAIk0uZ

টকিঅ’ অলিম্পিকত উদ্বোধনীৰ পাছতে ভাৰতৰ পদক লাভ ।

ADVERTISEMENT

উত্তৰ-পূৱৰ মীৰাবাঈ চানুৱে ৪৯ কিলোগ্ৰাম ভাৰোত্তোলন শাখাত ১১০ কিলোগ্ৰাম উত্তোলন কৰি ৰূপৰ পদক লাভ কৰে ।

চানুক ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অভিনন্দন জনায় ।

https://twitter.com/Tokyo2020hi/status/1418833252022947844?s=20

Exit mobile version