জানেনে চূণৰ এই সমূহ উপকাৰিতা

Hydrated Lime

★ চূণত প্ৰচুৰ পৰিমানে কেলচিয়াম আৰু ভিটামিন বি থাকে । কেলচিয়ামৰ অভাৱত হব পৰা সকলো ৰোগ চূণ খালে ভাল হৈ যায় ।

★ গাত যিকোনো ঠাইত টেমুনা হলে চূণ খালে ভাল হয় ।

★ মহিলাসকলৰ স্তনত হোৱা টেমুনা বা গুটি চূণ খালে নোহোৱা হয় ।

★ হাত ভৰি দুৰ্বল হোৱা , খোজ থৰক বৰক কৰা আদিত চূণ খালে উপকাৰ পায় ।

★ ভৰি ফুলি গৈ হাতীৰ নিচিনা হোৱা , যিটো ৰোগক হাতীৰ ভৰি হোৱা বুলিও কোৱা হয় , চূণ খালে ঠিক হয় ।

★ শিশু সকলৰ হাত ভৰি বিষ হোৱা আদিত চূণ খুৱাব পাৰে ।

★ পেটত হোৱা পেলু ধ্বংস কৰাৰ বাবেও চূণ খুৱাব পাৰে ।

★ অকস্মাত হোৱা বমি বন্ধ কৰাৰ বাবে চুনৰ পানী খাব পাৰে ।

★ কঁকালৰ বিষ , আঁঠুৰ বিষ , ৰাজহাড়ৰ বিষ আদি সকলোতে চূণ চূণ খালে বহুত উপকাৰী ।

Exit mobile version