ভাৰতৰ আটাইতকৈ সুলভ মূল্যৰ চাৰিচকীয়া ব্যৱসায়িক বাহন হিচাপে টাটা মটৰছে মুকলি কৰিলে ৩.৩৯ লাখ মূল্যৰ নতুন এইছ গোল্ড পেট্ৰ’ল চিএক্স

xtata ace gold petrol side design 1627546044.jpg.pagespeed.ic .nRr1s3oPLB

উঠি অহা উদ্যোগীসকলৰ মাজত আটাইতকৈ পছন্দৰ মিনি ট্ৰাক হিচাপে প্ৰতিষ্ঠিত কৰাৰ লক্ষ্য এইছ গোল্ড পেট্ৰ’ল চিএক্সৰ ।

■ টাটা মটৰছে আজি মুকলি কৰিলে ক্ষুদ্ৰ ব্যৱসায়িক বাহনৰ নতুন ৰূপ এইছ গোল্ড পেট্ৰ’ল চিএক্স ।
■ দুই ভিন্ন ৰূপত উপলব্ধ হ’ব : ফ্লেট বেড আৰু হাফ ডেক লোড বডী ।
■ একেধাৰে মূল্য নিৰ্ধাৰণ কৰা হৈছে ৩.৩৯ লাখ আৰু ৪.১০ লাখ ।
■ শক্তিশালী, বিশ্বাসযোগ্য আৰু সুদক্ষ ৬৯৪ চিচি পেট্ৰ’ল ইঞ্জিন চালিত ।
■ সৰ্বনিম্ন ৭,৫০০ টকা ইএম‌আই-ত উপলব্ধ ।
■ এইছ গোল্ড পেট্ৰ’ল চিএক্স ২.০ পদক্ষেপৰ অধীনত সামৰি লোৱা হ’ব ।
■ ২৪×৭ পথ সেৱা সহায়ক – টাটা এলাৰ্ট, এক নিৰ্দিষ্ট সময়ৰ ভিতৰত ৱৰ্কশ্বপত সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি ।
■ টাটা যিপি আৰু ১৫ দিনীয়া দুৰ্ঘটনা পুনৰ মেৰামতিৰ গেৰাণ্টি ।

Exit mobile version