অলিম্পিকৰ যোগ্যতা ৰাউণ্ডত দ্বিতীয় স্থান অৰ্জন ভাৰতৰ কমলপ্ৰীত কৌৰৰ

মহিলা ডিস্কাছ থ্ৰ' চূড়ান্তত প্ৰৱেশ

71sf6mno kamalpreet kaur

● ভাৰতীয় ডিস্কাছ থ্ৰ’ৱাৰ কমলপ্ৰীত কৌৰে আজি যোগ্যতা ৰাউণ্ডত দ্বিতীয় স্থান অৰ্জন কৰি ফাইনেলত স্থান দখল কৰিলে ।
● ২৫ বছৰীয়া কৌৰে বি শাখাত প্ৰতিদ্বন্দিতা কৰি তৃতীয় আৰু চূড়ান্ত প্ৰচেষ্টাত ৬৪ মিটাৰ দূৰত্বত ডিস্কাছ থ্ৰ’ কৰে ।
● চূড়ান্ত পৰ্যায়ৰ দুগৰাকী স্বয়ংক্ৰিয় কোৱালিফায়াৰৰ আন এগৰাকী হৈছে আমেৰিকান ভেলৰি অলমেন (৬৬.৪২মি) ।
● আগষ্টৰ দুই তাৰিখে চূড়ান্ত খেল অনুষ্ঠিত হ’ব ।
● যোগ্যতা ৰাউণ্ডত কমলপ্ৰীতে ক্ৰয়েচিয়াৰ স্বৰ্ণপদক জয়ী ছান্দ্ৰা পাৰ্ক’ভিক (৬৩.৭৫মি) আৰু কিউবাৰ বৰ্তমানৰ বিশ্ব চেম্পিয়ন য়েইমি পেৰেজক (৬৩.১৮মি) পৰাজিত কৰে ।

Exit mobile version