ক’ভিড আপডেট

20210418 MOH KS LI Covid 19 Testing at ISBT 17 Chd 01 1618746569959 1618746616948 1

● কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত ৪১,৬৪৯ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।

● দৈনিক সংক্ৰমণৰ হাৰ ২.৩৪ শতাংশ ।

● মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ৩,১৬,১৩,৯৯৩ জন ।

● ইতিমধ্যে ৪,২৩,৮১০ লোকে কৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ।

● বিগত ২৪ ঘণ্টাত ৫৯৩ জন ক’ভিড ৰোগীৰ মৃত্যু হয় ।

● ইতিমধ্যে ৪৬,৬৪,২৭,০৩৮ জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে ।

●বিগত ২৪ ঘণ্টাত ১৭,৭৬,৩১৫ জন লোকক ক’ভিড পৰীক্ষণ কৰা হৈছে ।

● ভাৰতৰ ৪৬,১৫,১৮,৪৭৯ জন লোকে প্ৰতিষেধক লাভ কৰিছে ।

● বিগত ২৪ ঘণ্টাত ৫২,৯৯,০৩৬ জন লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে ।

Exit mobile version