ছেমি ফাইনেলত পি ভি সিন্ধুৰ পৰাজয়

E7ntknZUcAYEA9A

মহিলাৰ বেডমিণ্টনত পি ভি সিন্ধুৰ বিফলতা ।

চীনৰ টাই জু ইঙৰ স’তে প্ৰতিদ্বন্দিতা কৰিছিল সিন্ধুৱে ।

২১-১৮, ২১-১২ ব্যৱধানত পৰাস্ত সিন্ধু ।

ব্ৰঞ্জৰ পদকৰ বাবে তেওঁ হি বিং জিৱাওৰ স’তে প্ৰতিদ্বন্দিতা কৰিব ।

Exit mobile version