অলিম্পিকত ভাৰতে লাভ কৰিলে দ্বিতীয়টো পদক 

k33i80n8 pv sindhu

অলিম্পিকত ভাৰতে লাভ কৰিলে দ্বিতীয়টো পদক

ব্ৰঞ্জৰ পদক লাভ কৰিলে বেডমিণ্টন খেলুৱৈ পি ভি সিদ্ধুৱে ।

২১-১৩, ২১-১৫ ব্যৱধানত পৰাস্ত কৰিলে চীনৰ হি বিংজিয়াওক ।

Exit mobile version