ক’ভিড আপডেট

5f0588c5220000b506386a07

● কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত ৪১,৮৩১ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।

● দৈনিক সংক্ৰমণৰ হাৰ ২.৩৪ শতাংশ ।

● মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ৩,১৬,৫৫,৮২৮ জন ।

● ইতিমধ্যে ৪,২৪,৩৫১ লোকে কৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ।

● বিগত ২৪ ঘণ্টাত ৫৪১ জন ক’ভিড ৰোগীৰ মৃত্যু হয় ।

● ইতিমধ্যে ৪৬,৮২,১৬,৫১০ জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে ।

●বিগত ২৪ ঘণ্টাত ১৭,৮৯,৪৭২ জন লোকক ক’ভিড পৰীক্ষণ কৰা হৈছে ।

● ভাৰতৰ ৪৭,০২,৯৮,৫৯৬ জন লোকে প্ৰতিষেধক লাভ কৰিছে ।

● বিগত ২৪ ঘণ্টাত ৬০,১৫,৮৪২ জন লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে ।

Exit mobile version