গুৱাহাটী মালিগাঁওৰ বাসিন্দা হিমা ডেকাৰ ব্যতিক্ৰমী প্ৰয়াস, পাৰৰ পাখিত অংকন কৰিছে মুক্তি যোদ্ধাৰ ছবি

DSC0034 02

কঠোৰ প্ৰচেষ্টা, দৃঢ় মানসিক শক্তিৰ বলত সৃষ্টিশীল কৰ্মৰাজিৰ জৰিয়তে অসাধ্যকো সাধন কৰি বিভিন্ন জনৰ সমাদৰ বুটলিবলৈ সক্ষম হৈছে গুৱাহাটী মালিগাঁওৰ বাসিন্দা হিমা ডেকা। হিমায়ে পাৰৰ পাখিত অংকন কৰি উলিয়াইছে বিভিন্নগৰাকী মহিলা মুক্তি যোদ্ধাৰ ছবি ।

ADVERTISEMENT

ইতিমধ্যে হিমায়ে অসম বুক অফ ৰেকৰ্ড, এছিয়া বুক অফ ৰেকৰ্ডত নিজৰ নাম দখল কৰিবলৈ সক্ষম হৈছে ।চন্দ্ৰধৰ ডেকাৰ কন্যা হিমায়ে এখন পাৰৰ পাখিত ১৪ ঘন্টাত অংকন কৰি উলিয়াইছে ২০গৰাকী মুক্তি যোদ্ধাৰ ছবি।

Exit mobile version