Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বিধায়ক বিশ্বজিৎ ফুকনৰ বিশেষ উদ্যোগ: সৰুপথাৰত নিৰ্মাণ হ’ব লাভলীনা বৰগোঁহাই ক্ৰীড়া প্ৰকল্প, লাভলীনাৰ ঘৰলৈ যোৱা বোকাময় পথ যুদ্ধকালিনভাৱে নিৰ্মাণ

publisher by publisher
August 1, 2021
in Assam, India, News
Reading Time: 1 min read
0
বিধায়ক বিশ্বজিৎ ফুকনৰ বিশেষ উদ্যোগ: সৰুপথাৰত নিৰ্মাণ হ’ব লাভলীনা বৰগোঁহাই ক্ৰীড়া প্ৰকল্প, লাভলীনাৰ ঘৰলৈ যোৱা বোকাময় পথ যুদ্ধকালিনভাৱে নিৰ্মাণ
7
SHARES
69
VIEWS
ShareShareShareShare

সৰুপথাৰ বিধান সভা সমষ্টিত নিৰ্মাণ কৰা হ’ব লাভলীনা বৰগোঁহাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰকল্প । মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগত আলোচনা কৰি এই কথা ঘোষণা কৰিছে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে ।

ADVERTISEMENT

এই ক্ষেত্ৰত সমষ্টিটোৰ জন-প্ৰতিনিধিজনে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । উক্ত প্ৰকল্পৰ বাবে নাহৰবাৰীৰ ৪০ বিঘা মাটি ইতিমধ্যে পৰিদৰ্শন কৰি প্ৰাৰম্ভিক প্ৰস্তুতি আৰম্ভ কৰিছে ।

RelatedPosts

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

দৈনিক অগ্ৰদূতৰ আগত আজি বিধায়ক বিশ্বজিৎ ফুকনে এই কথা প্ৰকাশ কৰি কয় যে, লাভলীনাই গাঁৱৰ বোকা-পানী খচকি ঘাট-প্ৰতিঘাটৰ মাজেৰে নিজস্ব ব্যক্তিগত প্ৰচেষ্টাৰে সমগ্ৰ বিশ্বৰ সমূখত ভাৰতৰ নাম,অসমৰ নাম উজলাবলৈ সক্ষম হৈছে ।

কিন্তু সৰ্ব দিশতে বিধ্বস্ত সৰুপথাৰ সমষ্টিত ক্ৰীড়াৰ কোনো আন্তঃগাঠনিয়েই নাই । নৱ-প্ৰজন্মক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰি সৰুপথাৰত ক্ৰীড়াৰ পৰিৱেশ সৃষ্টিৰ বাবে আগন্তুক দিনত বিশেষ উদ্যোগ কৰা হ’ব আৰু লাভলীনাক উক্ত ক্ৰীড়া প্ৰকল্প উপহাৰ হিচাপে দিয়াৰ আন্তৰিক পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

উল্লেখ্য যে ,টকিঅ’ অলিম্পিকত উজলি উঠি সমগ্ৰ ভাৰতবৰ্ষ তথা অসমলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনাৰ বৰপথাৰ বাৰমুখীয়া গাঁৱৰ ঘৰলৈ পথচোৱাৰ এক বিধ্বস্ত ৰূপ ।

বোকাময় পথচোৱা উন্নয়নৰ বাবে বিগত দিন সমূহত আবেদন-নিবেদন কৰি পোৱা নাছিল সুফল । তদানীন্তধ উপায়ুক্ত বিভাস চন্দ্ৰ মোদিয়ে উক্ত পথ নিৰ্মাণৰ কথা দিওঁ কথা নাৰাখিলে বুলি লাভলীনাৰ পিতৃ তীকেন বৰগোঁহায়ে ক্ষোভেৰে প্ৰকাশ কৰে ।

বৰ্তমান বিধায়ক বিশ্বজিৎ ফুকনৰ উদ্যোগত যুদ্ধকালিনভাৱে নিৰ্মাণ অব্যাহত আছে বাৰমুখীয়া গাঁৱৰ জীয়াৰী লাভলীনাৰ ঘৰলৈ যোৱা বোকাময় পথচোৱা । অতি কম সময়ৰ ভিতৰতে উক্ত পথৰ পকীকৰণৰ কাম সম্পূৰ্ণ হৈ উঠিব বুলি বিধায়ক ফুকনে প্ৰকাশ কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamLovlina Borgohain
publisher

publisher

Related Posts

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
Assam

April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
Assam

ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d