Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

আইআৰচিটিচিয়ে আপোনালৈ আগবঢ়াইছে স্থায়ী উপাৰ্জনৰ দিহা

publisher by publisher
August 1, 2021
in India
Reading Time: 1 min read
0
আইআৰচিটিচিয়ে আপোনালৈ আগবঢ়াইছে স্থায়ী উপাৰ্জনৰ দিহা
2
SHARES
18
VIEWS
ShareShareShareShare

মাহটোৰ শেষত স্থায়ী উপাৰ্জন কৰাত অসুবিধা হৈছে নেকি আপোনাৰ ? আইআৰচিটিচিয়ে এইবাৰ আপোনাৰ বাবে এক বিশেষ সুযোগ প্ৰদান কৰিছে । এই সুযোগ গ্ৰহণ কৰি আপুনি সহজতে ভাৰতীয় ৰেলৱে কেটাৰিং এণ্ড টুৰিজিম কৰ্প’ৰেছন (ইণ্ডিয়ান ৰেলৱে কেটাৰিং এণ্ড টুৰিজম কৰ্প’ৰেছন) বা আইআৰচিটিচিৰ বাবে বুকিং এজেণ্ট হিচাপে কাম আৰম্ভ কৰিব পাৰে । এই কাম কৰিলে প্ৰতি মাহে ৮০ হেজাৰ টকালৈকে উপাৰ্জনৰ সুযোগ আছে । ইয়াৰ বাবে কেৱল কেইটামান বিশেষ পদ্ধতি আৰু তথ্য জানি ল’ব লাগিব আপুনি ।

ADVERTISEMENT

বৰ্তমানে ভাৰতীয় ৰেলৰ বেছিভাগ টিকটৰ বুকিং অনলাইনতে সম্পন্ন হয় । ক’ভিডৰ পাছৰে পৰা, ষ্টেচনলৈ গৈ কাউণ্টাৰৰ পৰা টিকট ক্ৰয় কৰাৰ প্ৰয়োজনীয়তা প্ৰায় নোহোৱা হৈ পৰিছে । এক অধ্যয়ন অনুসৰি, বৰ্তমান ৰেলৱেৰ সৰ্বমুঠ টিকট বুকিঙৰ কমেও ৫৫ শতাংশ টিকট অনলাইন মোডৰ জৰিয়তে হয় । এই টিকট বুকিঙৰ কামতে আপুনি বিচাৰিলে নিজকো নিয়োজিত কৰিব পাৰে । ঘৰতে বহি বহি মাত্ৰ কেইটামানৰ কাম কৰিলেই মাহটোৰ শেষত অতিৰিক্ত উপাৰ্জন আহি থাকিব ।

RelatedPosts

hawkers : ৰে’লত বন্ধ হোৱাৰ পথত হ’কাৰ ! ‘

জৰুৰী খবৰ, অনলাইন টিকট বুকিং নিয়ম সলনি IRCTC

চলন্ত ট্ৰেনত উঠিব গৈয়ে বিপত্তি,মৃত্যুৰ মুখৰ পৰা মহিলাক ৰক্ষা কৰিলে IRCTC কৰ্মীয়ে

ইয়াৰ বাবে প্ৰথমেই অনলাইনযোগে পঞ্জীয়ন প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব আপুনি । তাৰ পাছত আপোনাৰ সকলো নথি পত্ৰৰ স্কেন আৰু প্ৰতিলিপি আৰু স্বাক্ষৰিত আবেদন পত্ৰ দাখিল কৰিব লাগিব । সকলো নথিপত্ৰ প্ৰমাণিত হোৱাৰ পাছত, আইআৰচিটিচিয়ে পোনপটীয়াকৈ আপোনাৰ আইআৰচিটিচি আইডিলৈ ১,১৮০ টকা প্ৰেৰণ কৰিব । তাৰ পাছত আপোনালৈ এখন ডিজিটেল প্ৰমাণপত্ৰ প্ৰেৰণ কৰা হ’ব । এই ডিজিটেল প্ৰমাণপত্ৰ আপোনাৰ হাতত পৰাৰ পাছত আপোনাক আইআৰচিটিচিৰ পৰা এক নিৰ্দিষ্ট পৰিমাণৰ মাচুল জমা কৰিবলৈ কোৱা হ’ব ।

যদি মাচুল সঠিকভাৱে জমা কৰা হয়, আইআৰচিটিচিয়ে আপোনাৰ মেইল আইডিলৈ সকলো প্ৰমাণপত্ৰ মেইল প্ৰদান কৰিব আৰু তেতিয়াহে আপুনি আইআৰচিটিচিত অন্তৰ্ভুক্ত এজেণ্ট হিচাপে টিকট বুক কৰিব পাৰিব ।

উল্লেখ্য যে এই কামৰ বাবে আপোনাৰ পেন কাৰ্ড, আধাৰ কাৰ্ড, ম’বাইল নম্বৰ, ই-মেইল আইডি, আপোনাৰ নিজৰ ফটো, কাৰ্যালয়ৰ ঠিকনাৰ প্ৰমাণ, আপোনাৰ নিজৰ ঠিকনাৰ প্ৰমাণ আৰু পঞ্জীয়ন আৰু ঘোষণা প্ৰ-পত্ৰৰ প্ৰয়োজন হ’ব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: IRCTC
publisher

publisher

Related Posts

নিয়ন্ত্ৰণ হেৰুৱাই উল্টি গ’ল BMW, ৰাজস্থানত পথ দুৰ্ঘটনাত মৃত্যু শাকুন গ্ৰুপৰ এমডিৰ
India

March 9, 2026
মোদীৰ শাসনত দেশত এবছৰতে ৫৭জন অর্বুদপতিৰ সংখ্যা বৃদ্ধি
News

এই প্রজন্মক প্রচণ্ড অসৎ আখ্যা কৰণ জোহৰৰ
India

এই প্রজন্মক প্রচণ্ড অসৎ আখ্যা কৰণ জোহৰৰ

March 8, 2026
মাৰ্চৰ প্ৰথম সপ্তাহত পশ্চিম এছিয়াৰ পৰা দেশলৈ উভতিল ৫২ হেজাৰৰো অধিক ভাৰতীয়!

মার্চৰ আৰম্ভণিতেই তীব্ৰ গৰমে দহিলে দিল্লী

ইৰাণ-ইজৰাইলৰ যুদ্ধৰ প্ৰত্যক্ষ প্ৰভাৱ
India

ইৰাণ-ইজৰাইলৰ যুদ্ধৰ প্ৰত্যক্ষ প্ৰভাৱ

March 7, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d