প্ৰকাশিত চিবিএছই দশম শ্ৰেণীৰ ফলাফল, কি দৰে জানিব নম্বৰ ?

985643 984003 cbse

প্ৰকাশিত হ’ল কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ (চিবিএছই) দশম শ্ৰেণীৰ ফলাফল । উত্তীৰ্ণ হাৰ ৯৯.০৪ শতাংশ। যোৱা বছৰ উত্তীৰ্ণ হাৰ আছিল ৯১.৪৬ শতাংশ। এই বছৰ প্ৰায় আঠ শতাংশ বৃদ্ধি পাইছে।

কেনেদৰে চাব চিবিএছই দশম শ্ৰেণীৰ ফলাফল ?

তথ্য অনুসৰি cbseresults.nic.in ৱেবছাইটত লগ ইন কৰি ফলাফল চাব পাৰিব। শিক্ষাৰ্থীসকলে এছএমএছ, উমংগ এপ্ আৰু ডিজিলকাৰৰ জৰিয়তে ফলাফল চাব পাৰিব ফলাফল ।

কৰ’না পৰিস্থিতিৰ বাবে এই বছৰ চিবিএছই পৰীক্ষা বাতিল কৰা হৈছিল। পৰিষদে মূল্যাংকন পদ্ধতিৰে ফলাফল প্ৰকাশ কৰাৰ সিদ্ধান্ত লৈছিল । ২০২০ৰ চিবিএছই পৰীক্ষাত, ৪১হেজাৰ ৮০৪ জন শিক্ষাৰ্থীয়ে ৯৫ শতাংশতকৈ অধিক নম্বৰ লাভ কৰিছিল।

২০১৯ ত সেই সংখ্যা আছিল ৫৭,০০০। যোৱা বছৰ উত্তীৰ্ণ আছিল ৯১.৪৬ শতাংশ। ২০১৯ত সেই সংখ্যা আছিল ৯১.১০ শতাংশ।

Exit mobile version