অলিম্পিকত ব্ৰঞ্জৰ পদক অসমৰ লাভলীনা বৰগোঁহাইৰ

Lovlina Borgohain semi d

টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক অসমৰ লাভলীনা বৰগোঁহাইৰ।

অলিম্পিকত ইতিহাসত বক্সিঙত ব্ৰঞ্জৰ পদকপ্ৰাপ্ত লাভলীনা হৈছে তৃতীয় গৰাকী ভাৰতীয় ।

ইয়াৰ পূৰ্বে বিজেন্দৰ সিং আৰু মেৰী কমে লাভ কৰিছিল পদক ।

তুৰ্কীৰ বিশ্ব চেম্পিয়ন বুচেনাজ চুৰমেনেলিৰ বিৰুদ্ধে ৬৯ কিলোগ্ৰাম ছেমি ফাইনেলত দুৰ্দান্ত খেল খেলি পৰাজয় হয় লাভলীনা ।

Exit mobile version