৪১ বছৰৰ পাছত টকিঅ’ অলিম্পিকত পদক অৰ্জন ভাৰতীয় পুৰুষ হকী দলৰ

988388 hi twitter

■ টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰিলে ভাৰতীয় পুৰুষ হকী দলে ।
■ জাৰ্মানীক ৫-৪ ব্যৱধানত পৰাস্ত কৰে ভাৰতে ।
■ ৪১ বছৰৰ পাছত হকীত পদক লাভ কৰিলে ভাৰতে ।

Exit mobile version