ক্ষেত্ৰীত ১০ কেজি গাঞ্জাসহ এজনক আটক

WhatsApp Image 2021 08 06 at 12.24.17 PM

কালি নিশা ক্ষেত্ৰী আৰক্ষীয়ে এক সফল অভিযানত বগৰিবাৰী গাঁৱৰ প্ৰয়াত কালিচৰণ দাসৰ পুত্ৰ দিনেশ দাসক ১০.১০০ কেজি গাঞ্জাসহ আটক কৰে ।

স্থানীয় প্ৰত্যক্ষদৰ্শীৰ উপস্থিতিত মাদকদ্ৰব্যখিনি জব্দ কৰা হৈছে ।

ক্ষেত্ৰী আৰক্ষী চকীত ১৬৩/২০২১ ধাৰা ২০(বি) (১) এনডিপিএছ দণ্ডবিধিৰ অধীনত গোচৰ ৰুজু কৰা হৈছে । আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

Exit mobile version