অলিম্পিকত ভাৰতৰ ষষ্ঠটো পদক লাভ

E8LvQ7sUcAUP7KW

■ মল্ল যুঁজত ব্ৰঞ্জৰ পদক লাভ বজৰং পুনিয়াৰ ।
■ কাজাখাস্তানৰ প্ৰতিদ্বন্দ্বী ডৌলেট নিয়াজবেকভক পৰাস্ত কৰিলে পুনিয়াই ।
■ ৬৫ কেজি শাখাত প্ৰতিদ্বন্দিতা কৰিছিল পুনিয়াই ।
■ ৮-০ ব্যৱধানত জয় লাভ ।

Exit mobile version