কি আছে নতুন এছ‌অ’পিত ?

WhatsApp Image 2021 08 09 at 7.35.45 PM

■ ১০ আগষ্ট, ২০২১ৰ পৰা কাৰ্যকৰী হ’ব নতুন এছ‌অ’পি ।
■ এ‌ছ‌অ’পি অনুসৰি সন্ধিয়া ছয় বজাৰ পৰা পুৱা পাঁচ বজালৈ সান্ধ্য আইন বলৱৎ হ’ব ।
■ সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, প্ৰতিষ্ঠান সন্ধিয়া পাঁচ বজালৈ খোলা থাকিব ।
■ বিবাহ আৰু শ্ৰাদ্ধত ১০ জন লোক সমবেত হ’ব পাৰিব ।
■ জনসাগমত মাস্ক পৰিধান কৰা বাধ্যতামূলক ।
■ আবকাৰী কৰ্তৃপক্ষই সকলো জিলাত দেশীয় সুৰাৰ অবৈধ উৎপাদন আৰু বিক্ৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ।
■ যান-বাহন চলাচলৰ ক্ষেত্ৰত পূৰ্বৰ দৰেই যুগ্ম-অযুগ্ম সংখ্যাৰ নীতি বাহাল থাকিব ।

Exit mobile version