এপ্রিল-জুনত ১.৬৭ লাখ কোটি টকাৰ জি এছ টি সংগ্রহ কেন্দ্র

1625667188

২০২১-২২ বিত্তীয় বৰ্ষৰ প্ৰথমটো ত্রিমাহত কেন্দ্রীয় চৰকাৰে লাভ কৰিলে মুঠ ১.৬৭ লাখ কোটি টকাৰ সামগ্ৰী আৰু সেৱাকৰ (জি এছ টি)। কেন্দ্রীয় চৰকাৰে বাজেটত কৈছিল যে চলিত বিত্তীয় বৰ্ষত দেশৰ জি এছ টি সংগ্রহ পৰিমাণ ৬.৩০ লাখ কোটি টকা হ’ব।

এই হিচাপত প্রথম ত্রিমাহত চৰকাৰে নিৰ্ধাৰিত জি এছ টিৰ ২৬.৬ শতাংশ লাভ কৰিলে। লােকসভাত এই তথ্য দাখিল কৰিলে বিত্ত ৰাজ্যমন্ত্রী পংকজ চৌধুৰীয়ে ।

Exit mobile version