জার্মানীত অক্টোবৰত বন্ধ হ’ব পাৰে বিনামূলীয়া কৰ’না পৰীক্ষণ

0c362ff8 4f30 4780 96c5 cc454daadf3a

জার্মান চৰকাৰে অহা অক্টোবৰৰ পৰা কৰ’না ভাইৰাছৰ বিনামূলীয়া পৰীক্ষণ বন্ধ কৰিব পাৰে। এই সন্দৰ্ভত জার্মান চেঞ্চেলৰ এঞ্জেলা মর্কেল আৰু ১৬ ৰাজ্যৰ মুৰব্বীয়ে এক বৈঠকত আলােচনা কৰিব।

দেশখনৰ চৰকাৰে যােৱা মার্চত সকলাে নাগৰিকৰ বাবে কৰ’নাৰ পৰীক্ষণ বিনামূলীয়া কৰিছিল। দেশখনৰ ৫৫ শতাংশ নাগৰিকে প্রতিষেধকৰ দুপালি গ্রহণ কৰাৰ পাছত আবেদন জনাই কৈছে যে যিসকল লােকে এতিয়াও প্রতিষেধক গ্রহণ কৰা নাই, তেওঁলােকৰ ক’ভিড পৰীক্ষণৰ নামত কৰদাতাৰ ধন ব্যয় কৰাৰ প্রয়ােজন নাই।

Exit mobile version