স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আলফা স্বাধীনৰ ইমেইল বাৰ্তা

Ulfa 825

দেশৰ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আলফা স্বাধীনৰ ইমেইল বাৰ্তা ৷

এইবাৰ দেশৰ স্বাধীনতা দিৱস বৰ্জন কৰা নাই আলফাই ৷

সামৰিক প্ৰতিবাদো নকৰে বিদ্ৰোহী সংগঠনটোৱে ৷

ৰাজ্যৰ সম্প্ৰতি জটিল পৰিস্থিতিৰ বাবে এই কথা উল্লেখ কৰিছে সংগঠনটোৰ তৰফৰ পৰা ৷

Exit mobile version