লাভলীনাৰ নামত সৰুপথাৰত নিৰ্মাণ কৰিব ষ্টেডিয়াম

LovilinaAssam PTI

কলাক্ষেত্ৰত আহি উপস্থিত হ’ল ভাৰতৰ গৌৰৱ, অসম কন্যা লাভলীনা বৰগোঁহাই ।

গায়ন বায়নে কলাক্ষেত্ৰত উষ্ম আদৰণি জনালে লাভলীনাক ।

টকিঅ’ অলিম্পিকত পদক লাভেৰে অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোহাঁইক অসম আৰক্ষীৰ DSP পদ প্ৰদান।

পেৰিছ অলিম্পিক পৰ্যন্ত চৰকাৰে প্ৰতিমাহে লাভলীনাক প্ৰদান কৰিব এক লাখ টকা ।

গুৱাহাটীৰ এটা পথ নামকৰণ কৰা হ’ব লাভলীনা বৰগোহাঁইৰ নামেৰে ।

লাভলীনাৰ নামত চৰকাৰে সৰুপথাৰত নিৰ্মাণ কৰিব ষ্টেডিয়াম ।

Exit mobile version