● কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত ৪০,১২০ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।
● দৈনিক সংক্ৰমণৰ হাৰ ২.০৪ শতাংশ ।
● মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ৩,২১,১৭,৮২৬ জন ।
● ইতিমধ্যে ৪,৩০,২৫৪ লোকে কৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ।
● বিগত ২৪ ঘণ্টাত ৫৮৫ জন ক’ভিড ৰোগীৰ মৃত্যু হয় ।
● ইতিমধ্যে ৪৮,৯৪,৭০,৭৭৯ জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে ।
● বিগত ২৪ ঘণ্টাত ১৯,৭০,৪৯৫ জন লোকক ক’ভিড পৰীক্ষণ কৰা হৈছে ।
● ভাৰতৰ ৫২,৯৫,৮২,৯৫৬ জন লোকে প্ৰতিষেধক লাভ কৰিছে ।
● বিগত ২৪ ঘণ্টাত ৫৭,৩১,৫৭৪ জন লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে ।
